Category: Business

হোন্ডা মোটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া এ অসমত নিজৰ নেটৱৰ্ক বৃদ্ধি কৰি মৰিগাঁওত নতুন ডিলাৰশ্বিপ মুকলি কৰিলে

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মৰিগাঁৱত নতুন অনুমোদিত প্ৰধান ডিলাৰশ্বিপ আৰডি অটোজ’ন হোণ্ডা উদ্বোধন কৰিছে। নতুন ডিলাৰশ্বিপে ৰাজ্যখনত এইচএমএছআইৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ লগতে অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে হোণ্ডাৰ সামগ্ৰী আৰু…

স্কোডা অটো ইণ্ডিয়াৰ সৰ্বাধিক ত্রিমাসিক বিক্ৰীৰে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ বৰ্ষত নিজৰ শক্তিশালী বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে, বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (জানুৱাৰী–মাৰ্চ) ২০,০২৮খন বাহন বিক্ৰী কৰি এতিয়ালৈকে সৰ্বাধিক ত্ৰিমাসিক বিক্ৰীৰ অভিলেখ গঢ়িছে। যোৱা বছৰৰ একে সময়ছোৱাত…

হত্যাৰ গোচৰত দোষী সাব্যস্ত অমিত যোগী; ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক কাৰাদণ্ডৰ নিৰ্দেশ

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ পুত্ৰ অমিত যোগীক এক ২৩ বছৰ পুৰণি হত্যাৰ গোচৰত শুকুৰবাৰে দোষী সাব্যস্ত কৰে উচ্চ ন্যায়ালয়ে। ২০০৩ চনত নেচনেল কংগ্ৰেছ পাৰ্টিৰ নেতা ৰাম অৱতাৰ জগ্গীৰ হত্যাকাণ্ডৰ…

আপৰ পৰা অপসাৰণৰ পাছত ৰাঘৱ চাড্ডাৰ কটাক্ষ; “মই নোহোৱা নহ’ম”

ৰাজ্যসভাত আম আদমী পাৰ্টীৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ পাছতেই শুকুৰবাৰে পুৱা দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ ৰাঘৱ চাড্ডা। সংসদত তেওঁক কথা ক’বলৈ বাধা দিয়াৰ যি প্ৰচেষ্টা চলিছে, তাৰ…

২০২৬ চনৰ মাৰ্চ মাহত নিছান মটৰ ইণ্ডিয়াৰ ঘৰুৱা বিক্ৰী বৃদ্ধি ৯৮%

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৬ চনৰ মাৰ্চ মাহত ঘৰুৱা বিক্ৰীৰ তীব্ৰ উত্থান ঘটাই মাহেকীয়া হিচাপত ৯৮% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত নতুন এছইউভি নিছান গ্ৰেভাইটৰ মুকলিৰ পিছতে গতিবেগ…

ৰাজা ৰবি বাৰ্মাৰ চিত্ৰকলাই গঢ়িলে নতুন অভিলেখ; ১৬৭.২ কোটি টকাত বিক্ৰী তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’

ভাৰতীয় চিত্ৰকলাৰ ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰি ১৬৭.২ কোটি টকাত বিক্ৰী হ’ল কিংবদন্তি শিল্পী ৰাজা ৰবি বাৰ্মাৰ তৈলচিত্ৰ ‘যশোদা আৰু কৃষ্ণ’। বুধবাৰে মুম্বাইত অনুষ্ঠিত ‘চেফ্ৰন আৰ্ট’ৰ বসন্তকালীন নিলামত এই…

চাৰি মাহৰ ভিতৰত সমাধান হ’ব হাতী-মানুহৰ সংঘা পলাশবাৰীত গাডকাৰীৰ উপস্থিতিত হিমংশু শেখৰ বৈশ্যৰ ঘোষণা

নিৰ্বাচনী যুঁজত জয়ী হ’লে অহা চাৰিৰ পৰা পাঁচ মাহৰ ভিতৰত পলাশবাৰী আৰু ৰাণী অঞ্চলৰ হাতী-মানুহৰ সংঘাত চিৰদিনৰ বাবে দূৰ কৰা হ’ব। বৃহস্পতিবাৰে ২৯ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণীত এক…

কবৰস্থানত চিলিণ্ডাৰৰ ক’লা বজাৰ; হায়দৰাবাদত আৰক্ষীৰ বৃহৎ অভিযানত ৪১৪ টা চিলিণ্ডাৰ জব্দ

ইৰান যুদ্ধৰ গ্ৰাসত পৰা বিশ্বৰ লগতে ভাৰততো এতিয়া ৰন্ধন গেছৰ যোগানত ব্যাপক নাটনিৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যৰ এই সংকটক সুযোগ হিচাপে লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে চিলিণ্ডাৰৰ ক’লা বজাৰ। হায়দৰাবাদৰ এটা…

অসম বিধানসভা নিৰ্বাচনত অপৰাধীৰ ছাঁ; প্ৰতি সাতজন প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰুদ্ধে গুৰুতৰ গোচৰ

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানলৈ বাকী আছে মাত্ৰ ৫টা দিন। ৰাজ্যজুৰি এতিয়া তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। এইবাৰৰ নিৰ্বাচনত মুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ…

গজৰাজ ক’ৰ্পছত নেতৃত্ব পৰিবর্তন: নীৰজ শুক্লাৰ হাতত দায়িত্ব, বিদায় গম্ভীৰ সিং

দীর্ঘকালীন অভিজ্ঞতা আৰু দক্ষতার ফলত লেফটেনেণ্ট জেনেৰেল নীৰজ শুক্লাই ১এপ্রিলত দেশৰ গজৰাজ ক’ৰ্পছৰ নতুন দায়িত্ব আধिकारिकভাৱে লাভ কৰে। বিদায়ী লেফটেনেণ্ট জেনেৰেল গম্ভীৰ সিঙৰ পৰা এই মর্যাদাপূৰ্ণ কমাণ্ড লাভ কৰাৰ সময়ত,…