Category: Business

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান৷ প্ৰাক্তন বিধায়ক এলাংবাম চান্দ সিঙৰ কংগ্ৰেছত যোগদান৷ য়াইস্কুল সমষ্টিৰ বিধায়ক আছিল এলাংবাম চান্দ সিং৷ বিজেপি নেতা ছাগলছেম অছ’বা সিং, অধিবক্তা ঐনাম হেমন্ত সিং, ঠৌদাম দেবদত্ত…

উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ৷ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱে ক্ষমা বিচাৰিছিল যদিও ক্ষমা গ্ৰহণযোগ্য নহয় বুলি ঘোষণা ন্যায়াধীশৰ৷ কিয়নো ৰামদেৱক সকীয়নি দিয়াৰ পাছতো বিজ্ঞাপনৰ…

টাটা মটৰ্ছ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে

টাটা মটৰ্ছ লিমিটেডে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে, য’ত যাত্ৰী আৰু বাণিজ্যিক বাহন দুয়োটা শাখাতে এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত…

বাজাজ এলিয়াঞ্জ লাইফে তাৎক্ষণিক আঁচনি ঋণ উন্মোচন কৰে: ২৪ ঘণ্টাৰ ভিতৰত পুঁজি প্ৰাপ্ত কৰক

ব্যক্তিগত জীৱনবীমা আগবঢ়োৱা প্ৰতিষ্ঠানবোৰৰ অন্যতম বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে নিজৰ প্লেনসমূহৰ বাবে পূৰ্ব-অনুমোদিত ঋণ আগবঢ়োৱাৰ প্ৰক্ৰিয়াক ডিজিটাইজ কৰিছে। ঋণ প্ৰক্ৰিয়া সহজ-সৰল কৰি সম্পূৰ্ণ-ডিজিটেল আৰু কাগজবিহীন সুবিধাৰ জৰিয়তে ক্ৰেডিট স্কোৰ পৰীক্ষণ…

ত্ৰিপুৰাত ডকাইতক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ। ধৃত ডকাইতটো নাজিম উদ্দিন। দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে। ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ।…

চেমচাঙে অধিক ফ্লেগশ্বিপ ডিভাইচত গ্যালাক্সি এআই ৰ’ল আউট ঘোষণা কৰিছে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে মোবাইল এআইৰ সাৰ্বজনীনকৰণ বা বহুল ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা গেলেক্সি এআই সুবিধাসমূহ অধিক আৰু বিস্তৃত গেলেক্সি ফ্লেগশ্বিপ ডিভাইচত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আজিৰে…

ছাব-চাহাৰা আফ্ৰিকাত এক দক্ষতা পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈ এনএছডিচিআইয়ে ছাছাছনেটৰ সৈতে সহযোগিতা কৰে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন(এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে সমগ্ৰ চাহাৰা আফ্ৰিকা উপমহাদেশীয় দেশসমূহত দক্ষতা পৰিৱেশ তন্ত্ৰৰ বিকাশ-সম্প্ৰসাৰণৰ বাবে ছাব-চাহাৰান আফ্ৰিকান স্কিলছ এণ্ড এপ্ৰেণ্টিছশ্বিপ ষ্টেকহোল্ডাৰ্ছ নেটৱৰ্ক(ছাছাছনেট)ৰ সৈতে বুজাবুজিৰ চুক্তিত…

মহানগৰীত STFৰ অভিযান

মহানগৰীৰ বশিষ্ঠত STFৰ অভিযান। অভিযানত জব্দ ৫৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। আটক সুনা বানু বেগম নামৰ এগৰাকী মহিলা। খানাপাৰা উৰণসেতুৰ সমীপৰ পৰা জব্দ ড্ৰাগছখিনি। মহিলাগৰাকীৰ পৰা জব্দ নগদ ধন, এটা মোবাইল।

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত সাতভনীটুপৰ সজাহান আলী, আছমা খাতুন, জেচমিন পাৰবিন। নতুন স্কুতিৰে নিজৰ পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহোতে সংঘটিত এই দুৰ্ঘটনা। বালাভিঠাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।

নিছানে নতুন ব্যৱসায়িক পৰিকল্পনা ‘দ্য আৰ্ক’ প্ৰৱৰ্তন কৰিছে

নিছান মটৰ কোম্পানী লিমিটেডে প্ৰতিযোগিতামূলক বজাৰত নিজৰ গুৰুত্ব বৃদ্ধি আৰু সেৱা উন্নীত কৰাৰ লক্ষ্যৰে নতুন ব্যৱসায়িক পৰিকল্পনা আৰ্ক মুকলি কৰিছে। এই পদক্ষেপৰ অধীনত এক বিস্তাৰিত সামগ্ৰীৰ সুবিধা, বৰ্ধিত বৈদ্যুতিকৰণ সুযোগ,…