Category: Business

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ বিৰুদ্ধে ৰণত নামিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। সামাজিক মাধ্যমযোগে ঘোষণা…

জম্মু-কাশ্মীৰৰ কাঠুৱাত গুলীচালনা

জম্মু-কাশ্মীৰৰ কাঠুৱাত নিশা গুলীচালনা। আৰক্ষীৰ গুলীত নিহত গেংষ্টাৰটোৰ নাম বাসুদেৱ। সংঘৰ্ষত মূৰত আঘাতপ্ৰাপ্ত প্ৰশিক্ষণৰত আৰক্ষী বিষয়া দীপক শৰ্মা। চিকিৎসাধীন অৱস্থাত আজি মৃত্যু PSI দীপক শৰ্মাৰ। কাঠুৱাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত…

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

মণিপুৰৰ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান৷ প্ৰাক্তন বিধায়ক এলাংবাম চান্দ সিঙৰ কংগ্ৰেছত যোগদান৷ য়াইস্কুল সমষ্টিৰ বিধায়ক আছিল এলাংবাম চান্দ সিং৷ বিজেপি নেতা ছাগলছেম অছ’বা সিং, অধিবক্তা ঐনাম হেমন্ত সিং, ঠৌদাম দেবদত্ত…

উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত বাবা ৰামদেৱ৷ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱে ক্ষমা বিচাৰিছিল যদিও ক্ষমা গ্ৰহণযোগ্য নহয় বুলি ঘোষণা ন্যায়াধীশৰ৷ কিয়নো ৰামদেৱক সকীয়নি দিয়াৰ পাছতো বিজ্ঞাপনৰ…

টাটা মটৰ্ছ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে

টাটা মটৰ্ছ লিমিটেডে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে, য’ত যাত্ৰী আৰু বাণিজ্যিক বাহন দুয়োটা শাখাতে এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত…

বাজাজ এলিয়াঞ্জ লাইফে তাৎক্ষণিক আঁচনি ঋণ উন্মোচন কৰে: ২৪ ঘণ্টাৰ ভিতৰত পুঁজি প্ৰাপ্ত কৰক

ব্যক্তিগত জীৱনবীমা আগবঢ়োৱা প্ৰতিষ্ঠানবোৰৰ অন্যতম বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে নিজৰ প্লেনসমূহৰ বাবে পূৰ্ব-অনুমোদিত ঋণ আগবঢ়োৱাৰ প্ৰক্ৰিয়াক ডিজিটাইজ কৰিছে। ঋণ প্ৰক্ৰিয়া সহজ-সৰল কৰি সম্পূৰ্ণ-ডিজিটেল আৰু কাগজবিহীন সুবিধাৰ জৰিয়তে ক্ৰেডিট স্কোৰ পৰীক্ষণ…

ত্ৰিপুৰাত ডকাইতক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ ধৰ্মনগৰত মাৰণাস্ত্ৰসহ ডকাইতক গ্ৰেপ্তাৰ। ধৃত ডকাইতটো নাজিম উদ্দিন। দীৰ্ঘদিনে ত্ৰিপুৰা আৰু বৰাকত সন্ত্ৰাস সৃষ্টি কৰিছিল নাজিমে। ডকাইতটোৰ পৰা জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। ত্ৰিপুৰা-অসমৰ আৰক্ষীত ডকাইতটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ।…

চেমচাঙে অধিক ফ্লেগশ্বিপ ডিভাইচত গ্যালাক্সি এআই ৰ’ল আউট ঘোষণা কৰিছে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে মোবাইল এআইৰ সাৰ্বজনীনকৰণ বা বহুল ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা গেলেক্সি এআই সুবিধাসমূহ অধিক আৰু বিস্তৃত গেলেক্সি ফ্লেগশ্বিপ ডিভাইচত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আজিৰে…

ছাব-চাহাৰা আফ্ৰিকাত এক দক্ষতা পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈ এনএছডিচিআইয়ে ছাছাছনেটৰ সৈতে সহযোগিতা কৰে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন(এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে সমগ্ৰ চাহাৰা আফ্ৰিকা উপমহাদেশীয় দেশসমূহত দক্ষতা পৰিৱেশ তন্ত্ৰৰ বিকাশ-সম্প্ৰসাৰণৰ বাবে ছাব-চাহাৰান আফ্ৰিকান স্কিলছ এণ্ড এপ্ৰেণ্টিছশ্বিপ ষ্টেকহোল্ডাৰ্ছ নেটৱৰ্ক(ছাছাছনেট)ৰ সৈতে বুজাবুজিৰ চুক্তিত…

মহানগৰীত STFৰ অভিযান

মহানগৰীৰ বশিষ্ঠত STFৰ অভিযান। অভিযানত জব্দ ৫৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ। আটক সুনা বানু বেগম নামৰ এগৰাকী মহিলা। খানাপাৰা উৰণসেতুৰ সমীপৰ পৰা জব্দ ড্ৰাগছখিনি। মহিলাগৰাকীৰ পৰা জব্দ নগদ ধন, এটা মোবাইল।