Category: Business

ব্লেকবেৰীয়ে অভিনেতা ৰণদীপ হুডাক লৈ পিতৃ দিৱসৰ এটা অভিযান উন্মোচন কৰে

একেৰাহে তিনি দশকৰো অধিক সময় ধৰি গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত সমসাময়িক ভাৰতীয় পুৰুষৰ কাপোৰৰ আগশাৰীৰ ব্ৰেণ্ড ব্লেকবেৰীয়ে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো পিতৃসকলে সন্তানক #KeepRising কৰিবলৈ অনুপ্ৰাণিত…

টাটা মটৰ্ছে মেজিক বাই-ফুৱেল ঘোষণা কৰে, অন্তিম মাইল পৰিবহনপুনৰ নিৰ্ধাৰণ কৰে

উত্তৰ প্ৰদেশৰ ব্যস্ত ৰাজপথৰ পৰা কেৰালাৰ বৈচিত্ৰ্যময় অঞ্চললৈ টাটা মেজিকে শেষ মাইল যাত্ৰাত সমগ্ৰ দেশৰ লাখ লাখ যাত্ৰীক সফলতাৰে পৰিবহনৰ সুবিধা প্ৰদান কৰিছে। এই পৰিবহন অভিজ্ঞতাক আৰু অধিক বৃদ্ধি কৰিবলৈ…

কেয়াৰ হেল্থ ইঞ্চুৰেন্সই দীৰ্ঘম্যাদী সুস্থতাৰ বাবে উচ্চ ৰক্তচাপ ব্যৱস্থাপনা বৃদ্ধি কৰে

এই পিতৃ দিৱসত কেয়াৰ হেল্থ ইঞ্চুৰেন্সে সকলোকে সক্ৰিয়তাৰে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু ব্যায়ামৰ বিধিসমূহ বজাই ৰাখি পিতৃৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কিয়নো সাধাৰণতে উচ্চ ৰক্তচাপ বুলি জনাজাত এই হাইপাৰ…

আৰজিএল লেববোৰ অসমত থাকিব; অ’এনজিচিয়ে আঞ্চলিক উন্নয়নৰ বাবে অটল সমৰ্থনৰ আশ্বাস দিয়ে

অ’এনজিচিৰ আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল)ক অসমৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সন্দৰ্ভত কেইখনমান বাতৰি কাকতত প্ৰকাশিত শেহতীয়া বাতৰি সন্দৰ্ভত অ’এনজিচিয়ে স্পষ্ট কৰি কয় যে বৰ্তমানৰ আৰজিএলক শিৱসাগৰৰ পৰা স্থানান্তৰ কৰাৰ কোনো পৰিকল্পনা…

টাটা মটৰ্ছৰ ১নং এছইউভি টাটা নেক্সনৰ সপ্তম বৰ্ষপূৰ্তিত ৭ লাখ ইউনিট বিক্ৰীৰ সাফল্য অৰ্জন

ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতৰ ১ নং এছইউভি – নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী উদযাপন কৰিছে। ২০১৭ চনত প্ৰথমবাৰলৈ মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে…

কৰিমগঞ্জত ভূমিস্খলন

কৰিমগঞ্জত ভূমিস্খলন। ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু। নিহত আব্দুল কৰিমৰ পত্নী…

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কনিষ্ঠ ভাতৃৰ। ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিবৰ আলী। সংকটজনক অৱস্থাত মজিবৰক চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী কনিষ্ঠ ভাতৃ আবুল হুছেইনক আটক…

ব্লু ষ্টাৰে ১০০ ৰো অধিক সুলভ আৰু প্ৰিমিয়াম ৰুম এয়াৰ কণ্ডিচনাৰৰ এটা নতুন পৰিসৰ প্ৰৱৰ্তন কৰিছে

ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু…

পাটনা বিমানবন্দৰত বোমাতংক

পাটনা বিমানবন্দৰত বোমাতংক! জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ। ভাবুকিভৰা মেইলৰ পাছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

ৰাজ্য চৰকাৰৰ গৃহ সচিবৰ চৰম পন্থা

ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা। পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ। পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী। দীৰ্ঘদিনে…