Category: Business

টাটা মটৰ্ছে ১ জুলাই, ২০২৪-ৰ পৰা ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য বৃদ্ধি কৰিব

টাটা মটৰ্ছে ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিষ্ঠানটোৰ বাণিজ্যিক বাহনসমূহৰ মূল্য ২% পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। বৰ্ধিত দাম বৃদ্ধিয়ে সকলোকে প্ৰভাৱিত কৰিছে আৰু মূল্যবৃদ্ধিৰ ফলত…

লাওখোৱা অভয়াৰণ্যত ঘটনা মাৰ এতিয়াও নাই যোৱা

লাওখোৱা অভয়াৰণ্যৰ এনকাউন্টাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই.. আজি জুৰীয়াত ঘটনা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহেৰে আমছুৰ উত্তাল প্ৰতিবাদ।আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।নামৰ ভাতৃদ্বয়ক চোৰাংকৈ মাছমৰাৰ অভিযোগত…

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি।গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী ।অঞ্চলটোত অব্যাহত আছে গৰু চোৰৰ উৎপাত । প্ৰতি নিশাই চোৰে কোনোবা নহয় কোনোবা গাওঁৰ গোহালিত চলাই চাফাই অভিযান । নিশা…

কামপুৰত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ

কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু হৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ এজন লোক নিশাৰীৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা…

বকোত নিশা ভয়ংকৰ ঘটনা

বকোৰ লামপাৰাত শনিবাৰৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে নিক্ষেপ কৰে দুজাঁই গুলী। ভৰিত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ…

লাওখোৱা অভয়াৰণ্যত ভয়ংকৰ ঘটনা

লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে। নিশা ৰৌমাৰী…

কোকা-কোলা ইণ্ডিয়াই 100% ৰিচাইকেল পিইটি (আৰপিইটি) বটলৰ সৈতে এএছএছপি মুকলি কৰে

কোকা-কোলা ইণ্ডিয়াই ভাৰতৰ পানীয় উদ্যোগত 100% ৰিচাইক্লড PET (rPET) প্ৰৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ পিছত এক গোলকীয় অৰ্থনীতি গঢ়ি তোলাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে উৰিষ্যা…

কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত ডাইৰেক্টৰেট জেনেৰেল অৱ ট্ৰেইনিং অপাৰেচনৰ ব্যাপক পৰ্যালোচনা

কেন্দ্ৰীয়(স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কেন্দ্ৰীয় প্ৰশিক্ষণ সঞ্চালকালয়(ডিজিটি)ৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰি ডিজিটি, ডিজিটিয়ে ৰূপায়ণ কৰা আঁচনিসমূহ আৰু ইয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ বিষয়ে গভীৰভাৱে অনুঢাৱন কৰিবলৈ এক পৰ্যালোচনা বৈঠকত…

টাটা মটৰ্ছে মহাৰাষ্ট্ৰৰ ভিতৰুৱা জনজাতীয় অঞ্চলত ৰোপণ কৰিব ১ মিলিয়ন গছপুলি

মহাৰাষ্ট্ৰৰ প্ৰান্তীয় জনজাতীয় প্ৰধান অঞ্চলত ১ মিলিয়ন গছপুলি ৰোপণেৰে পৰিৱৰ্তনশীল অভিযান ৰূপায়ণ কৰিছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে। এই অভিলাষী প্ৰকল্পৰ লক্ষ্য হৈছে পালঘৰ জিলাৰ স্থানীয় জনগোষ্ঠীয় লোকৰ মাজত গছৰ…

চৌদিশে বানৰ বিভীষিকা

বান আহিল আৰু গল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য ।…