Category: Business

কেৰালাত বৃদ্ধি নিপাহ ভাইৰাছৰ সংক্ৰমণ

কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ। দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত…

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং

অলিম্পিক ইভেণ্টত সংযোজন ‘ব্ৰেকডান্সিং’। পেৰিছ অলিম্পিক- ২০২৪ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ব্ৰেকডান্সিং’ প্ৰতিযোগিতা। এইবাৰৰ পৰা অনুষ্ঠিত হ’ব কায়াক প্ৰতিযোগিতা। পুনৰ অনুষ্ঠিত হ’ব চাৰ্ফিং, স্কেটবৰ্ডিং, স্পোৰ্ট ক্লাইম্বিং আৰু 3×3 বাস্কেটবল প্ৰতিযোগিতা।…

চিয়েট আইএছআৰএল -এ চিজন ২ ৰাইডাৰ পঞ্জীয়নৰ বাবে এক আশ্চৰ্যজনক বিশ্বব্যাপী সঁহাৰি প্ৰত্যক্ষ কৰিছে

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)ৰ ছিজন ২ৰ বাবে ৰাইডাৰ পঞ্জীয়নৰ ক্ষেত্ৰত অভিলেখসংখ্যক বিশ্বব্যাপী সঁহাৰি লাভ কৰিছে। ২০২৪ চনৰ ২১ জুনত ৰাইডাৰৰ পঞ্জীয়ন আৰম্ভ হৈছিল আৰু ইতিমধ্যে প্ৰথম তিনি সপ্তাহত ১০২গৰাকীয়ে…

ভিয়ে কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডান ভ্ৰমণ কৰা ভাৰতীয়সকলৰ বাবে পোষ্টপেইড ৰোমিং পৰিকল্পনা আৰম্ভ কৰিছে

বিদেশ ভ্ৰমণ আৰু মধ্য-পশ্চিম এছিয়া ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে তিনিটা নতুন ভ্ৰমণ গন্তব্যস্থান – কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডান ভ্ৰমণৰ বাবে…

টাটা এআইএ লাইফ ইঞ্চিউৰেন্সে ২০২৪ চনৰ বাবে #৬ গ্লোবেল এমডিআৰটি ৰেংকিং সুৰক্ষিত কৰিছে

দেশৰ জীৱন বীমা খণ্ডত টাটা এআইএ লাইফ ইঞ্চুৰেন্স(টাটা এআইএ)-এ ২০২৪ৰ গ্ল’বেল মিলিয়ন ডলাৰ ঘূৰণীয়া মেজমেল (এম ডি আৰ টি) ৰেংকিঙত ষষ্ঠ স্থান দখল কৰি সন্মানজনক স্থান দখল কৰিছে। ২০২৩ৰ ৩১…

চুতীয়া যুৱ সন্মিলনৰ ধনশিৰি জিলা সমিতি গঠন

অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ ধনশিৰি জিলা সমিতিখন গঠন কৰে। চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ…

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু… পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ…

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন

যোৰহাটৰ ন পমুৱা বালিগাঁও দুবৰণী পথাৰত অঘটন। পানীত ডুবি সন্ধানহীন কলিয়নি গাঁৱৰ দুই কিশোৰ। পথাৰত গৰু দিবলৈ যাওঁতে পানীত ডুব যায় কিশোৰদ্বয়। ইতিমধ্যে উদ্ধাৰ হৈছে শ্ববন কুমাৰ দাস নামৰ কিশোৰজনৰ…

এইবাৰ বন গাহৰিৰ আক্ৰমণ

নগাঁৱৰ ধিঙত বাঘৰ আতংকৰ মাজতে এতিয়া বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক । নগাঁৱৰ ধিঙৰ বিৰিঙাবাৰীত পুৱা পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰে আতাবুৰ ৰহমান নামৰ কৃষক জনক…

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা…