Category: Business

এনএছডিচি আৰু ব্ৰিটানিয়াই পৰিৱৰ্তনশীল মহিলা উদ্যোগকাৰ্যসূচী আৰম্ভ কৰিছে

ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ সহযোগত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ সমগ্ৰ ভাৰতৰ ২৫ লাখ মহিলাক সবলীকৰণৰ বাবে মহিলা উদ্যমিতা কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপে স্কিল ইণ্ডিয়া ডিজিটেল হাব(এছআইডিএইচ)ত বিনামূলীয়া স্ব-শিক্ষণ উদ্যমিতা পাঠ্যক্ৰম প্ৰদান…

টাটা টি প্ৰিমিয়ামে সফল হাইপাৰলোকেল কৌশল অব্যাহত ৰাখি নিৰ্দিষ্ট ৰাজ্য বিশেষে পৃথক বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে

উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাক কেন্দ্ৰীভূত কৰি নতুন অভিযানৰ জৰিয়তে টাটা টি প্ৰিমিয়ামে সফল হাইপাৰলোকেল কৌশল অব্যাহত ৰাখি নিৰ্দিষ্ট ৰাজ্য বিশেষে পৃথক বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে। মুলেন লিণ্টাছে প্ৰস্তুত কৰা…

নগাঁৱৰ দেউৰা বিলত উচ্ছেদ

নগাঁৱৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দেউৰা বিলত নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত দেউৰা বিলৰ ৬৩ বিঘা ২ কঠা, ৪ লেচা ভূমি দীৰ্ঘদিন ধৰি বেদখলকাৰীৰ কৱলত আছিল। থলুৱা…

জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ…

২,০৯,৯০০ টকা প্ৰাৰম্ভিক মূল্যত উপলব্ধ য়েজদি এডভেঞ্চাৰ, এডভেঞ্চাৰ মটৰ চাইক্লিঙৰ ক্ষেত্ৰখনত নতুন মানদণ্ড নিৰ্ধাৰণ

দুঃসাহসিক মটৰ চাইকেল ছেগমেণ্টত বজৰ দখলৰ লক্ষ্যৰে ২,০৯,৯০০ টকা (এক্স শ্ব’ৰুম দিল্লী) প্ৰতিযোগিতামূলক মূল্যত অভিযান্ত্ৰিক দক্ষতা আৰু চমকেৰে ন ৰূপত সাজি উলিওৱা নতুন য়েজদি এডভেঞ্চাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে…

লালনুণ্টলুয়াংগীৰ প্ৰতিকূলতাৰ পৰা প্ৰাপ্তিলৈ পথ: এটা সফলতাৰ কাহিনী

অনুপ্ৰাণিত কৰা ব্যক্তিগত সংঘৰ্ষৰ দিনবোৰৰ পৰা কৰ্পৰেট জগতত সফলতালৈ লালনুণ্টলুৱাংগীৰ প্ৰেৰণাদায়ক যাত্ৰাই সুযোগ আৰু বহনক্ষমতাৰ পৰিৱৰ্তনশীল শক্তিৰ উদাহৰণ দাঙি ধৰিছে। গাৰ্হস্থ্য হিংসাৰ বলি হৈ ঘৰুৱা নিৰ্যাতন সহ্য কৰি সৰু পুত্ৰৰ…

ইণ্ডাছ টাৱাৰ্ছ আৰু এনইআইআইডি-য়ে অসমত বিদ্যালয়ৰ অনাময় ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে

নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একশ্যন অন ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট (এন ই এআইডি)ৰ সহযোগত বিশ্বৰ অন্যতম বৃহৎ দূৰসংযোগ আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে সাতখন জিলাৰ ১২চৰকাৰী বিদ্যালয়ত ছাত্ৰীৰ বাবে সুসজ্জ্বিত আৰু পৰিষ্কাৰ…

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ। কুৰিৰো অধিক লোক সন্ধানহীন। হিমাচল প্ৰদেশৰ কুলুত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে প্ৰলয়ৰ। মালানা শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি হৈছে এই ডাৱৰ বিস্ফোৰণত। বানৰ প্ৰবাল সোঁতে উটুৱাই…

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে। বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।…

ফিনটেক সেৱাসমূহ সুশৃংখলিত কৰি গ্ৰাহকৰ অভিজ্ঞতা উন্নীত কৰিবলৈ ফ্লিপকাৰ্টে আগবঢ়াইছে ‘ফ্লিপকাৰ্ট পে’

ফ্লিপকাৰ্টে ‘ফ্লিপকাৰ্ট পে’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে সকলো ধৰণৰ পৰিশোধ আৰু বিত্তীয় সেৱাক একক, ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠত একত্ৰিত কৰি প্ৰস্তুত কৰা শেহতীয়া একত্ৰিত প্লেটফৰ্ম। ফেষ্টিভ ছিজনৰ ঠিক আগে…