Category: Business

ত্ৰিপুৰাত নতুন মিল আৰু আৰ এণ্ড ডি কেন্দ্ৰ স্থাপনেৰে তৈলপাম ক্ষেত্ৰখনত নিজৰ পদচিহ্নৰ সম্প্ৰসাৰণ গড্ৰেজ এগ্ৰ’ভেটৰ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে ত্ৰিপুৰাত নতুন তৈলপাম প্ৰচেছিং মিল আৰু উন্নত গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) কেন্দ্ৰ স্থাপনৰ জৰিয়তে তৈলপাম উদ্যোগক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সাজু হৈছে। ত্ৰিপুৰাৰ ধলাই জিলাত…

কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা

কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা। দেশৰ ১৮৫ খন চহৰৰ ৫০০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা। দুবেলা অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ’ব ২…

নগাঁৱত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

নগাঁৱৰ চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত পুঁৱতিনিশা বন্যহস্তীৰ চুড়ান্ত উপদ্ৰৱ।নিশাটোৰ ভিতৰতে তিনিজনীয়া বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগস্থ হেমন্ত দাস, মুকুল ঠাকুৰীয়া আৰু ৰঞ্জিত দাসৰ বাসগৃহ।গাঁওখনত নিশা হ’লেই উপদ্ৰৱ চলাই দিনৰভাগত…

টাটা টি প্ৰিমিয়াম-দেশ কি চাই #দেশকাগৰ্ব অভিযানৰ সৈতে স্বাধীনতা দিৱস উদযাপন কৰে

টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ অধীনৰ প্ৰতিষ্ঠান টাটা টি প্ৰিমিয়ামে প্ৰান্তীয়-অভিনৱ কলাৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তী মাইলৰ খুঁটি উদযাপন কৰি স্বাধীনতা দিৱসৰ শেহতীয়া অভিযান #দেশকাগৰ্ব-প্ৰদেশ কি কলা উন্মোচন কৰিছে। এই বিশেষ…

এনএছডিচিয়ে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত ‘কৌশল মহোৎসৱ’ উন্মোচন কৰিছে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সহযোগত উত্তৰ প্ৰদেশৰ বিজনোৰত ‘কৌশল মহোৎসৱ : নিয়োগ প্ৰস্তুতি কাৰ্যসূচী’ ৰূপায়ণ কৰা হৈছে। বিভাগীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ দ্বাৰা পৰিচালিত এই পদক্ষেপৰ…

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ৰ বাবে নিৰ্বাচিত হৈছে কামৰূপ(গ্ৰাম্য) জিলাৰ ‘হেমন্ত’ দল

চেমচাং ইণ্ডিয়াই নিজৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত আয়োজন কৰা ‘ছলভ ফৰ টুমৰু’ ২০২৪ প্ৰতিযোগিতাৰ শীৰ্ষ ২০টা ছেমি ফাইনেলিষ্টৰ নাম ঘোষণা কৰিছে, য’ত অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ দল ‘হেমন্ত’ই স্থান লাভ কৰিছে।…

আইটিচি ছানফিষ্টে  শিশুৰ পুষ্টি উন্নত কৰিবলৈ ‘ছুপাৰ এগ এণ্ড মিল্ক’ বিস্কুট প্ৰৱৰ্তন কৰে

গ্ৰাহকসকলৰ বাবে নতুন আৰু অভিনৱ অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে সদা পৰিচিত প্ৰতিষ্ঠান আইটিচি ছানফিষ্টে আজি কুকুৰা আৰু গৰুৰ সৈতে সম্পৰ্কিত বিশেষ সন্মিলনৰ আয়োজন কৰে। এই অনুষ্ঠানত সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিসকলৰ…

ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ

বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন। বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা…

ভাৰতলৈ আহিল আন এক বেয়া খবৰ

আন এক দুঃখবৰ! ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালক পেৰিছ এৰাৰ নিৰ্দেশ । অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ। অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ । অন্তিমৰ…

অশোক লেলেণ্ডে তিনিচুকীয়াত এলচিভিৰ বাবে ইয়াৰ ডিলাৰশ্বিপ উদ্বোধন কৰে

দেশৰ বাণিজ্যিক বাহন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান তথা হিন্দুজা গোটৰ ধ্বজাবাহী প্ৰতিষ্ঠান অশোক লেলেণ্ডে তিনিচুকীয়াত লঘু বাণিজ্যিক বাহন(এলচিভি)ৰ বাবে এটা নতুন ডিলাৰশ্বিপ মুকলি কৰিছে। এয়া হৈছে প্ৰতিষ্ঠানটোৰ অসমত চতুৰ্থটো এলচিভি ডিলাৰশ্বিপ,…