Category: Business

ভিয়ে প্ৰিপেইড গ্ৰাহকসকলৰ বাবে অতিৰিক্ত ডাটা আৰু অ’টিটি ভাট্টাৰ সৈতে স্বাধীনতা দিৱসৰ অফাৰ সমূহ আৰম্ভ কৰে

ভাৰতৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ভি(ভোডাফোন আইডিয়া)-এ নিজৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে একচেটিয়া অফাৰ মুকলি কৰিছে, যাৰ ভিতৰত আছে অতিৰিক্ত ডাটা আৰু অ’টিটি চাবস্ক্ৰিপশ্বনৰ সুবিধা। সীমিত সময়ৰ অফাৰবোৰ…

জিএছকে অমিতাভ বচ্চন আৰু মনোজ পাহৱাৰ সৈতে শ্বিংগল সজাগতা অভিযান আৰম্ভ কৰিছে

জিএছকেই শ্বিংগলছ ৰোগৰ সজাগতাৰ বাবে এক নতুন অভিযান আৰম্ভ কৰিছে, য’ত বিগ বি অমিতাভ বচ্চন আৰু মনোজ পাহৱাই অভিনয় কৰিছে। চিকেনপক্স(সৰু আই) আৰু শ্বিংগলছ ৰোগৰ মাজৰ বৈজ্ঞানিক সম্পৰ্ক ব্যাখ্যা কৰি…

কিউনেট ইণ্ডিয়াই একচেটিয়া ৰক্ষাবন্ধন উপহাৰ সংগ্ৰহ মুকলি কৰিছে

ভাই-ভনীৰ মাজত আন্তৰিক উপহাৰ বিনিময়ৰ জৰিয়তে চেনেহৰ বিনিময় কৰা ৰক্ষা বন্ধন পালেহিয়েই। ভাৰতীয় পৰম্পৰা উদযাপনৰ যুগ যুগ ধৰি চলি অহা উৎসৱ ৰক্ষাবন্ধনৰ সময় চাপি অহাৰ লগে লগে বহুজনে আগ্ৰহেৰে নিজৰ…

পুনৰ শোকাৱহ ঘটনা

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰত শোকাৱহ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীত ছহিদ এগৰাকী সেনা বিষয়া। এগৰাকী অসামৰিক লোকো গুৰুতৰভাৱে আহত। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সংঘৰ্ষ। সন্ত্ৰাসবাদীৰ দলটোত আছিল ৪জন সদস্য। ঘটনাস্থলীত আমেৰিকাত…

অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে বৃহৎ অভিযান

নগাওঁ জিলাৰ ৰূপহীহাটত আৰম্ভ হৈছে অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে অভিযান। ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাছীয়ে মানুহৰ জীৱনক লৈ হেতালি খেলাৰ সময়তে নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকগৰাকীৰ নেতৃত্বত…

বানে বিধ্বস্ত কৰিলে এটা পৰিয়ালক

ৰাজ্যত শেহতীয়াকৈ বানে অসমৰ বহু লোকৰ ঘৰবাৰী সকলো বিধস্ত কৰিলে। আহাৰমহীয়া বানে কাল অমানিশা কঢ়িয়াই আনিলে মৰাণৰ সমীপৰ খোৱাঙৰ এটা পৰিয়াললৈ। বুঢ়ীদিহিঙৰ কাষৰ এটা ৰিং বান্ধ ছিঙি পেলোৱাৰ ফলত প্লাৱিত…

নকল সোণৰ নাওঁ জব্দ

এইবাৰ ৰূপহীহাটত আৰক্ষীৰ জালত নকল সোণৰ নাওঁসহ বহি: ৰাজ্যৰ এক চক্ৰ। উৰিষ্যাৰ পৰা তিনিজনীয়া এক চক্ৰই সোণৰ নাওঁ ক্ৰয় কৰিবলৈ আহিছিল ৰূপহীহাটৰ হাতীপাৰা লৈ, সেই সময়তে ৰূপহীহাট আৰক্ষীয়ে নকল সোণৰ…

বিহাৰত অঘটন

শাওণৰ শেষৰটো সোমবাৰত বিহাৰত ভয়ংকৰ অঘটন! সিদ্ধেশ্বৰ ধাম মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু, আহত বহু ভক্ত । বিহাৰৰ জাহানাবাদত শাওণৰ শেষৰটো সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অঘটন। মখদুমপুৰৰ…

এনএমআইপিএলে জনপ্ৰিয় মেগনাইট এছইউভি বাহনত আগবঢ়াইছে বিশেষ ‘ফ্ৰিডম অফাৰ’

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান নিছান মটৰ ইণ্ডিয়াই (এনএমআইপিএল) নিজৰ জনপ্ৰিয় মেগনাইট এছইউভি বাহনত বিশেষ ‘ফ্ৰিডম অফাৰ’ মুকলি কৰিছে, যি কেৱল প্ৰতিৰক্ষা, কেন্দ্ৰীয় অৰ্ধসামৰিক, আৰু ৰাজ্যিক আৰক্ষীৰ কৰ্মীসকলেহে লাভ কৰিব এই সুবিধা।…

একচেটিয়া এৰো-লাউঞ্জ আসনৰ সৈতে আত্মপ্ৰকাশ এমজি উইণ্ডচৰৰ, ভাৰতৰ চিইউভি শাখালৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন                                                                                                                                                                                           

এমজি মটৰ্ছে নিজৰ অভিনৱ ক্ৰছঅ’ভাৰ ইউটিলিটি ভেহিকেল (চিইউভি) – এমজি উইণ্ডছৰৰ সৈতে ভাৰতীয় অট’ম’টিভ বজাৰত চমক দিবলৈ সাজু হৈছে। এই যুগান্তকাৰী অভিনৱ মডেলটোত ছেগমেণ্টৰ প্ৰথম এৰো-লাউঞ্জ আসনবোৰ প্ৰদৰ্শন কৰা হ’ব,…