Business শ্ৰী জয়ন্ত চৌধুৰীয়ে এলডিএলচি কেন্দ্ৰত লিয়’নত অনুষ্ঠিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে September 14, 2024 Business Bureau দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্সৰ লিয়’নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বিশাল-বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, য’ত ভাৰতৰ ৬০গৰাকী যুৱ প্ৰতিযোগীয়ে ৫২টা দক্ষতা শিতানত দেশক প্ৰতিনিধিত্ব…
Business কৰ্ণাটক চৰকাৰৰ সৈতে অংশীদাৰীত্বত টিচিএছে টিচিএছ গ্ৰাম্য আইটি কুইজৰ ২৫তম সংস্কৰণ ঘোষণা কৰে September 14, 2024 Business Bureau টাটা কনচালটেন্সি চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগৰ সহযোগত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজ প্ৰতিযোগিতাৰ ২৫ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা সদৰি কৰিছে। গৌৰৱোজ্বল…
Business ভিয়ে ভাৰতত পিচিআই ডিএছএছ ৪.০ প্ৰমাণপত্ৰৰ নেতৃত্বত টেলিকম সুৰক্ষা প্ৰাপ্ত কৰে September 13, 2024 Business Bureau পেমেণ্ট কাৰ্ড উদ্যোগ-ডাটা সুৰক্ষা মানক সংস্কৰণ ৪.০ (পিচিআই ডিএছএছ ৪.০)ৰ তৰফৰ পৰা প্ৰমাণপত্ৰ লাভ কৰা দেশৰ প্ৰথম টেলিকম অপাৰেটৰ ৰূপে ভি-এ টেলিকম উদ্যোগত এক নতুন মানদণ্ড স্থাপন কৰিলে। এই গুৰুত্বপূৰ্ণ…
Business লীড গ্ৰুপে টেকবুক মুকলি কৰাৰ কথা ঘোষণা কৰিছে September 13, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ স্কুল এডটেক প্ৰতিষ্ঠান লীড গ্ৰুপে আজি যুগান্তকাৰী শিক্ষামূলক আহিলা টেকবুক মুকলি কৰাৰ কথা ঘোষণা কৰিছে, এই টেকবুকে দেশৰ পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ ৰূপান্তৰ ঘটাবলৈ সাজু হৈছে। এই অভিনৱ টেকবুকৰ…
Business নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ দক্ষতাৰ ব্যৱধান পূৰণৰ বাবে ইজৰাইলে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰে September 13, 2024 Business Bureau নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ দূৰ কৰিবলৈ ইজৰাইলে ভাৰতৰ ১০,০০০ নিৰ্মাণ খণ্ডৰ লোক আৰু ৫,০০০ সেৱা-যত্ন খণ্ডৰ লোকক নিয়োজনৰ বাবে বৃহৎ নিয়োগ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বছৰৰ…
Business মৰিগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান September 11, 2024 Dipshikha মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড। কেশৱ নাথ নামৰ আন এটা অপৰাধীক ২০ বছৰৰ কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ POCSO আদালতে। জাগীৰোড আৰক্ষী…
Business বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান September 11, 2024 Dipshikha আটক বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছ সহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত জহিৰুল ইছলামে বটদ্ৰৱাৰ কদমনিৰ শ্বিৰাজুল ইছলামৰ পৰা কচুৱালৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ…
Business নিছান মটৰ ইণ্ডিয়াই বানপীড়িত গ্ৰাহকসকলক সহায় আগবঢ়াইছে September 10, 2024 Business Bureau ভাৰতৰ বিভিন্ন অঞ্চলত দীৰ্ঘম্যাদী বানপানীৰ পৰিপ্ৰেক্ষিতত নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) বানৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলৰ বাবে ব্যাপক সমৰ্থন ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিছে। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত…
Business জামুগুৰিহাটত গো মাংসসহ এজনক আটক September 10, 2024 Dipshikha জামুগুৰিহাটৰ আগ্ৰিপামত মঙলবাৰে আব্দুল ৰছিদ নামৰ এজন গো মাংস সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ উক্ত ব্যক্তিজনে AS-12-AJ -3061 নম্বৰৰ বাইকৰ জৰিয়তে গো মাংস মোনাত ভৰাই জামুগুৰিহাটৰ উত্তৰ অঞ্চলত দীৰ্ঘদিনৰ ধৰি এই…
Business আন এক নৃশংস হ*ত্যা*কাণ্ড September 10, 2024 Dipshikha ডিব্ৰুগড় জিলাৰ চাবুৱাত জেৰাই গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক । শোৱাপাটীতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলে…