ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱী ৰঞ্জন দত্তই মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাক কাৰ্য্যালয়ত সাক্ষাৎ কৰি শেহতীয়া অসমৰ বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পোন্ধৰ লাখ এশ এটকাৰ সাহায্য আগবঢ়ায়। এই উদাৰ ভংগীমাৰ বাবে মুখ্যমন্ত্রীয়ে তেওঁক ধন্যবাদ জনায়, অসমৰ বান সাহায্যত ইয়াৰ উল্লেখযোগ্য অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে , ৰঞ্জন দত্তই পূৰ্বেও এনেধৰণৰ বিভিন্ন সামাজিক কামত সকলোকে সহায়ৰ হাত আগবঢ়াই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। Share this:FacebookX Related Post navigation ই ভি এমক বিশ্বাস কৰা নাছিলোঁ আৰু নকৰোঁ: অখিলেশ যাদৱ ছিপাঝাৰত আপত যোগদান শতাধিকৰ