বৰপেটা জিলাত এনকাউণ্টাৰ । ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী ।জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।বৰপেটা আৰক্ষীয়ে উল্লেখ কৰা মত, সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ তেওঁৰ ঘৰত থকা ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হয় ৷ সেই সময়তে আদবাটতে ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় ।আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইন ৷ শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোতে বৰপেটা আৰক্ষীয়ে চলায় বন্দুক ৷ শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো । Share this:FacebookX Related Post navigation আজি লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত ৰাজ্যৰ পৰা ২১ জন লোকক আটক