অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰৰ ঘোষণা কৰা হৈছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই ঘোষণা কৰে।মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই BCCI য়ে কয় যে, বিচিচিআইয়ে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক-কৰ্মচাৰী তথা সমগ্ৰ দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰোপৰি দলটোৱে আৰু বহু সুবিধা লাভ কৰিব। Share this:FacebookX Related Post navigation মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব