ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে আৰক্ষীয়ে ।অসম আৰক্ষীয়ে সীমান্ত টহল দি থকাৰ সময়তে এই বাংলাদেশী নাগৰিক দুজনক আটক কৰে । এই অনুপ্ৰৱেশকাৰী দুজন ক্ৰমে আকবৰ আলী আৰু মহম্মদ আপন । Share this:FacebookX Related Post navigation স্কোডা অটো ইণ্ডিয়াৰ পাৱাৰহাউচ ৰণবীৰ সিঙক প্ৰথমবাৰৰ বাবে ‘ব্ৰেণ্ড চুপাৰষ্টাৰ’ হিচাপে ঘোষণা কৰিছে মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত বহু লোকে পাব টকা