দেশৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত আজি নিজৰ লীগ মেচত নামিছে বৈভৱৰ দল বিহাৰ। প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত বিহাৰক এক শক্তিশালী আৰম্ভণি দিছিল বৈভৱে। কিন্তু দ্বিতীয়খন মেচত আজি বৈভৱে প্ৰতিনিধিত্ব কৰিব পৰা দলক। কিয়নো সন্মান গ্ৰহণৰ বাবে আজি দিল্লীত উপস্থিত আছে বৈভৱ।খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। দেশৰ সৰ্বোচ্চ শিশু বঁটা ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’-ৰে সন্মানিত হৈছে এই কিশোৰ তাৰকাগৰাকী। Share this:FacebookX Related Post navigation বাংলাদেশত গণপ্ৰহাৰৰ বলি হৈ প্ৰাণ হেৰুৱাইছে আন এজন হিন্দুয়ে টিভিএছে সমগ্ৰ ভাৰতত আৰম্ভ কৰিছে সেৱা অভিযান