Latest জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা July 10, 2024 Sonakshi Sarkar অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়…
Sports ফ্ৰান্সক পৰাস্ত কৰি ইউৰো ২০২৪ৰ ফাইনেলত স্পেইন July 10, 2024 Sonakshi Sarkar লেমিন য়ামাল ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপত সৰ্বকনিষ্ঠ গ’লদাতা হিচাপে পৰিগণিত হয়, যাৰ সহায়ত স্পেইনে ফ্ৰান্সক ২-১ গ’লত পৰাস্ত কৰি ইউৰো ২০২৪ ৰ ফাইনেলত উপনীত হয়। ফ্ৰান্সে অষ্টম মিনিটত ৰেণ্ডাল কলো মুয়ানিৰ…
Latest উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু July 10, 2024 Sonakshi Sarkar উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ…
Business বনকোঁৱৰ আনন্দিৰাম দাসৰ সোঁৱৰণত বঁটা প্ৰদানৰ সিদ্ধান্ত July 8, 2024 Sonakshi Sarkar বনকোঁৱৰ আনন্দিৰাম দাস স্মৃতিৰক্ষা সমিতিৰ এখনি কাৰ্যকৰী সভা ডাউন টাউনৰ সমীপৰ মথুৰা নগৰস্থিত নান্দনিক সভাগৃহত সমিতিৰ সভাপতি কিশোৰী মোহন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় ।সভাৰ সম্পাদক নীলিমা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যাত…
Political মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ব্যৱসায়ী ৰঞ্জন দত্তৰ আৰ্থিক সাহায্য July 8, 2024 Sonakshi Sarkar ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সমাজসেৱী ৰঞ্জন দত্তই মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাক কাৰ্য্যালয়ত সাক্ষাৎ কৰি শেহতীয়া অসমৰ বান পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পোন্ধৰ লাখ এশ এটকাৰ সাহায্য আগবঢ়ায়। এই…
Latest পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান July 8, 2024 Sonakshi Sarkar বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস…
Sports ইউৰো ২০২৪ৰ ছেমি ফাইনেলত স্পেইন July 6, 2024 Sonakshi Sarkar মাইকেল মেৰিনোৰ অন্তিম মুহূৰ্তত অতিৰিক্ত সময়ৰ গ’লৰ ফলত স্পেইনে এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আয়োজক জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয়। নিৰ্ধাৰিত সময়লৈকে…
Sports ভেনিজুৱেলাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ছেমি ফাইনেলত কানাডা July 6, 2024 Sonakshi Sarkar কোপা আমেৰিকা কাপত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু কানাডাৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেল অমীমাংসিত ভাৱে সমাপ্ত হয়। যাৰ ফলত বিজয়ীক পেনাল্টি শ্বুটআউটৰ দ্বাৰা…
Latest বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন July 6, 2024 Sonakshi Sarkar সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত…
News জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ July 5, 2024 Sonakshi Sarkar বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ…