Assam ৰিভলভাৰৰ পৰা ভুলতে নিৰ্গত গুলীয়ে প্ৰাণ ল’লে পত্নীৰ! শোকদগ্ধ স্বামীয়েও ল’লে চৰম সিদ্ধান্ত January 22, 2026 Piyali Poddar এটা ব্যক্তিগত পিষ্টলৰ অসাৱধান ব্যৱহাৰে আহমেদাবাদৰ এটা সম্ভ্ৰান্ত পৰিয়াললৈ মুহূৰ্ততে কঢ়িয়াই আনিলে চৰম শোকাবহ পৰিণতি। নিজৰ ব্যক্তিগত আগ্নেয়াস্ত্ৰ পৰীক্ষা কৰি থকাৰ সময়তে নিৰ্গত হোৱা এটা গুলীয়ে প্ৰাণ কাঢ়ে এগৰাকী নৱবিবাহিতাৰ,…
Assam জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনাঃ ২০০ ফুট দ খাৱৈত সেনাৰ বাহন বাগৰি শ্বহীদ ১০ জোৱান January 22, 2026 Piyali Poddar জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ ভাদেৰৱাহ অঞ্চলত বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ এখন বুলেটপ্ৰুফ বাহন দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ গৰাকী জোৱানৰ শোকাৱহ মৃত্যু ঘটে। সেনাৰ ১৭ গৰাকী জোৱানক কঢ়িয়াই নিয়া বাহনখনে পাহাৰীয়া…
Assam প্ৰয়াগৰাজত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণ বিমানঃ কথমপি প্ৰাণৰক্ষা পাইলটৰ January 21, 2026 Piyali Poddar মধ্য আকাশত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ জৰ্জ টাউন অঞ্চলৰ কে পি কলেজ খেলপথাৰৰ সমীপত থকা…
Assam অবৈধভাৱে মছজিদ নিৰ্মাণৰ অভিযোগত উত্তপ্ত অৰুণাচল! নামনি সোৱণশিৰি জিলাত ২৪ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন January 21, 2026 Piyali Poddar অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবেই আজি স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন। এছ টি বচাও আন্দোলন কমিটিৰ জিৰ’ গোটৰ আহ্বানত…
Assam সুৰাপানৰ পাছত ডিঙিত খাদ্য লাগি ধৰি মৃত্যু দুই ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ January 21, 2026 Piyali Poddar অত্যধিক সুৰা পান কৰাৰ পাছত ডিঙিত খাদ্য বস্তু লাগি ধৰাৰ ফলত সৃষ্টি হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাই অকালতে কাঢ়ি নিলে দুগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাৰ বন্দৱাড্ডিপল্লীত সংঘটিত এই মৰ্মান্তিক…
Assam পশু অধিকাৰ কৰ্মী মেনকা গান্ধীক উচ্চতম ন্যায়ালয়ৰ কঠোৰ ভৰ্ত্সনা January 20, 2026 Piyali Poddar উচ্চতম ন্যায়ালয়ে অলপতে এক পডকাষ্টত আদালতৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে পশু অধিকাৰ কৰ্মী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীক তীব্ৰ সমালোচনা কৰিছে। ভৱিষ্যতৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে…
Assam বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ January 17, 2026 Piyali Poddar গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ’হৌৰ বিশাল কাৰ্যসূচীত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ…
Assam আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন January 17, 2026 Piyali Poddar মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ সংখ্যক অসম ভাওনা সমাৰোহ। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল আধ্যাত্মিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে…
Assam লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য January 17, 2026 Piyali Poddar হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য দাঙি ধৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লা অঞ্চলত হোৱা ভয়াবহ গাড়ী বিস্ফোৰণৰ সৈতে জড়িত…
Assam মৃত্যুৰ পাছতো ৫ জনক নতুন জীৱন দি গ’ল এগৰাকী কিশোৰীয়ে! January 16, 2026 Piyali Poddar ‘ব্ৰেইন ডেড’ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মহানুভৱতাৰ বাবে কেৰালাত পাঁচজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হ’ল এক নতুন জীৱন। একে সময়তে প্ৰথমবাৰ বাবে কেৰালাত অংগ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ল ব্যৱসায়িক…