Author: news editor

লোকসভা নিৰ্বাচন ২০২৪ত বিজেপিয়ে লাভ কৰিলে ২৪০ খন আসন

লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল ঘোষণা কৰা হৈছে। মঙলবাৰে আৰম্ভ হোৱা গণনা প্ৰক্ৰিয়া বুধবাৰে পুৱতি নিশা সম্পূৰ্ণ কৰা হয়। সকলো ৫৪৩ খন আসনৰে ফলাফল ঘোষণা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে…

টি-২০ বিশ্বকাপৰ বিজেতাই লাভ কৰিব ২০ কোটি টকা

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) টি-২০ বিশ্বকাপৰ বাবে অভিলেখ ১১.২৫ নিযুত ডলাৰ (প্ৰায় ৯৩ কোটি ৫১ লাখ টকা) ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। যাৰ ভিতৰত বিজয়ীয়ে লাভ কৰিব ২.৪৫ নিযুত ডলাৰ…

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপিৰ জয়

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৪ৰ ফলাফল দেওবাৰে ঘোষণা হয়। ইয়াত, ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) আকৌ এবাৰ নিজৰ ক্ষমতা বজাই ৰাখিছে। বিজেপিয়ে ৰাজ্যখনৰ ৬০ খন বিধানসভা আসনৰ ভিতৰত ৪৬ খন আসনত…

নতুন দিল্লীয়ে ভাৰত-বাংলাদেশ কনচুলাৰ আলোচনাৰ চতুৰ্থ পৰ্যায়ৰ আয়োজন কৰিছে

নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত বুধবাৰে চতুৰ্থ পৰ্যায়ৰ কনচুলাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল যুটীয়া সচিব (চিপিভি) ড০ আমান পুৰী। আনহাতে বাংলাদেশৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল…

২ জুনৰ পৰা টি-২০ বিশ্বকাপ ২০২৪

আই পি এলৰ পিছত এতিয়া বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি টি-২০ বিশ্বকাপ ২০২৪-ৰ ওপৰত। ইফালে, প্ৰতিযোগিতাখন ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলৈ গৈ আছে। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে…

অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনাকলৈ পুনৰ দুখন এজাহাৰ পঞ্জীয়ন

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে প্ৰায় ১৮ মাহ পূৰ্বে অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা আৰু মেঘালয়ৰ পাঁচজন বাসিন্দা আৰু এজন অসম বনৰক্ষীৰ হত্যাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। অবৈধভাৱে কটা গছৰ পৰা…

তিনিচুকীয়াৰ কাকপাথাৰৰ সেনা শিবিৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ কৰিছিল আলফাই (স্বাধীন): এন আই এ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন পাঁচজনৰ বিৰুদ্ধে ভাৰত বিৰোধী কাৰ্যসূচীৰে সেনা শিবিৰসমূহক লক্ষ্য কৰি লোৱাৰ ষড়যন্ত্ৰৰ বাবে অভিযোগপত্ৰ দাখিল কৰে।কেন্দ্ৰীয় সংস্থাটোৱে এই কথা প্ৰকাশ…

ঘূৰ্ণীবতাহ ৰেমালৰ ফলত উত্তৰ পূবত ৩৫ জন লোকৰ মৃত্যু

ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰলয়ৰ ফলত উত্তৰ-পূবৰ ৰাজ্যসমূহত এতিয়ালৈকে ৩৫ জন লোকৰ মৃত্যু হৈছে। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মিজোৰাম, অসম, নাগালেণ্ড, মেঘালয়ত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে…

কাঁ চলচ্চিত্ৰ মহোৎসৱত জিকিল ভাৰতৰ ৩খনকৈ ছবি

২০২৪ৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠে ভাৰতৰ তিনিখনকৈ ছবি। পায়েল কাপাড়িয়াৰ “পায়েল কাপাড়িয়াৰ “All We Imagine as Light”, এফটিআইআইৰ ছাত্ৰ চিদানন্দ এছ নায়েকৰ “Sunflowers Were the First Ones to Know”…

ৰাজস্থানত গৰমৰ ফলত দুদিনত ১৩জনৰ মৃত্যু

প্ৰচণ্ড গৰমৰ কবলত পৰিছে সমগ্র দেশ। ইয়াৰ পৰা হাতসাৰি যোৱা অসমৰ লগতে সমগ্র উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটী মহানগৰত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। দেশৰ কিছু অংশত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলচিয়াছলৈ…