Sports ডব্লিউপিএলৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ March 18, 2024 editor স্মৃতি মান্ধানাৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) দেওবাৰে ইয়াত অনুষ্ঠিত ফাইনেলত তিনিটা বল বাকী থকা অৱস্থাত দিল্লী কেপিটেলছক আঠ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগৰ (ডব্লিউপিএল) দ্বিতীয় পৰ্যায়ৰ চেম্পিয়ন খিতাপ…