Business পাটনা বিমানবন্দৰত বোমাতংক June 18, 2024 Dipshikha পাটনা বিমানবন্দৰত বোমাতংক! জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ। ভাবুকিভৰা মেইলৰ পাছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।
Business ৰাজ্য চৰকাৰৰ গৃহ সচিবৰ চৰম পন্থা June 18, 2024 Dipshikha ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা। পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ। পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী। দীৰ্ঘদিনে…
Business T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ June 16, 2024 Dipshikha T20 বিশ্বকাপৰ Super 8ত প্ৰৱেশ ইংলেণ্ডৰ। ৪ খন মেচত ৫ পইণ্ট সংগ্ৰহেৰে Super 8ৰ যোগ্যতা অৰ্জন। স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়ৰ পিছতে নিশ্চিত হ’ল ইংলেণ্ডৰ স্থান। ৪ খন মেচৰ পৰা ইংলেণ্ড-স্কটলেণ্ডে…
Business মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে June 16, 2024 Dipshikha ‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে। যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’। ‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’। ‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১…
Business আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ সোণৰ বিস্কুট June 16, 2024 Dipshikha আৰক্ষীৰ অভিযানত লংকাত উদ্ধাৰ কৰা হৈছে সোণৰ বিস্কুট। শনিবাৰে নিশা লংকা আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ময়ুৰ হোটেলৰ ১০৩ নং কোঠাৰ পৰা দুখন সোণৰ বিস্কুট আৰু নগদ ৯লাখ টকা উদ্ধাৰ কৰে।ইয়াৰোপৰি…
Business ৰূপহীহাটত চোৰাং চিকাৰী আটক June 15, 2024 Dipshikha ৰূপহীহাট আৰক্ষীৰ জালত বন্দুকসহ ২২জাই গুলিৰ সৈতে আটক তিনি চোৰাং চিকাৰী।ৰূপহীহাট আৰক্ষীয়ে নিশা পৃথকে পৃথকে অভিযান চলাই আটক কৰে তিনি চুৰাং চিকাৰীক।গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে হেকমত…
Business দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা June 15, 2024 Dipshikha দেৰগাঁৱৰ ফুকন নগৰত নিশা পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত জিজ্ঞাস নামৰ যুৱক। দুৰ্ঘটনাত সঞ্জয় বৰা নামৰ এজন আহত। দুৰ্ঘটনাত ভাগি পৰে ১১ হাজাৰ…
Business ছয়গাঁৱত ভয়ংকৰ হত্যাকাণ্ড June 13, 2024 Dipshikha ছয়গাঁৱৰ ভাঠীপাৰাত নৃশংস হত্যাকাণ্ড। পাৰিবাৰিক কন্দলৰ বাবেই ক্ষীৰোদ দাস নামৰ লোকজনক হানি-খুঁচি হত্যা। তাঁতশালৰ গাৰিৰ বাবে ক্ষীৰোদ দাসক হত্যা শালপতিৰ। দুদিন পূৰ্বে দুই ভগ্নীৰ মাজত লাগিছিল কাজিয়া। হত্যাকাৰীক ফাঁচিৰ দাবী…
Business ভয়ংকৰ নাওঁ দুৰ্ঘটনা June 13, 2024 Dipshikha মধ্য আফ্ৰিকাৰ দেশ কংগোত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি ৮৬জনকৈ লোকৰ মৃত্যু। কৱা নৈত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন নাৱৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাৱত। ৰাজধানী…
Business যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু June 12, 2024 Dipshikha যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু যুৱকজনৰ। নিমাতী বৰআলি ফাকুৱা দলৰ সমীপত এই ঘটনা। চৰকাৰী ভৱন নিৰ্মাণৰ কামত নিয়োজিত আছিল যুৱকজন।বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে…