Business নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি June 24, 2024 Dipshikha নগাঁৱৰ আমবাগানত উত্তপ্ত পৰিস্থিতি।গৰু চোৰক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী ।অঞ্চলটোত অব্যাহত আছে গৰু চোৰৰ উৎপাত । প্ৰতি নিশাই চোৰে কোনোবা নহয় কোনোবা গাওঁৰ গোহালিত চলাই চাফাই অভিযান । নিশা…
Business কামপুৰত বাঢ়নী পানীত পৰি মৃত্যু এজনৰ June 23, 2024 Dipshikha কামপুৰত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু হৈছে। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ এজন লোক নিশাৰীৰ বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে।জানিব পৰা…
Business বকোত নিশা ভয়ংকৰ ঘটনা June 23, 2024 Dipshikha বকোৰ লামপাৰাত শনিবাৰৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে নিক্ষেপ কৰে দুজাঁই গুলী। ভৰিত গুলীবিদ্ধ হয় দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ…
Business লাওখোৱা অভয়াৰণ্যত ভয়ংকৰ ঘটনা June 23, 2024 Dipshikha লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে। অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে। নিশা ৰৌমাৰী…
Business চৌদিশে বানৰ বিভীষিকা June 22, 2024 Dipshikha বান আহিল আৰু গল । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বন্যাৰ্তই বৰ্তমানেও লাভ নকৰিলে বান সাহাৰ্য ।…
Business বন বিভাগৰ সফল অভিযান June 22, 2024 Dipshikha নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ দুজন নিহত।নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰ।নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন…
Business এটা পথে জলাকলা খুৱাইছে ৰাইজক June 21, 2024 Dipshikha পথৰ দুৰ্ৱস্থাই জলাকলা খুৱাইছে ৰাইজক ।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু চক্ৰভৌম গাঁও পঞ্চায়ত সম্পূৰ্ণ ব্যৰ্থ পথৰ দুৰ্ৱস্থা নিৰ্মুল কৰাত।সময়ে সময়ে ৰাইজে গাঠিৰ ধন ভাঙি বা শ্ৰম দান দি কৰিব লগীয়া হৈ…
Business কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে June 21, 2024 Dipshikha কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে । চতুৰ্থ দিনাও অব্যাহত আছে বৰলীয়া নৈৰ তাণ্ডৱ । বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ-দুৱাৰ, পথ সকলো । কোনোৱে যদি বিচনাৰ ওপৰত বিচনা…
Business কৰিমগঞ্জত ভূমিস্খলন June 19, 2024 Dipshikha কৰিমগঞ্জত ভূমিস্খলন। ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু। নিহত আব্দুল কৰিমৰ পত্নী…
Business নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা June 19, 2024 Dipshikha নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কনিষ্ঠ ভাতৃৰ। ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিবৰ আলী। সংকটজনক অৱস্থাত মজিবৰক চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী কনিষ্ঠ ভাতৃ আবুল হুছেইনক আটক…