৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অপ্ৰীতিকৰ ঘটনা ৷ আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ, শিলগুটিৰে আক্ৰমণ একাংশৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ৷ আগ-পাছ নাভাবি একাংশই আইন হাতত ল’বলৈয়ো যেন কুণ্ঠাবোধ নকৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে আৰক্ষীৰ বাহনৰ লগতে আন কেবাখনো বাহনত থকা একাংশ লোকক আক্ৰমণ কৰা হয় ৷ অৱশ্যে বৰ্তমানলৈকে কোনো লোকে আৰক্ষীক অভিযোগ দিয়া নাই ! Share this:FacebookX Related Post navigation অসম, অৰুণাচলৰ বনকৰ্মীক গিবন সংৰক্ষণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ আৰণ্যকৰ এডভান্টেজ আছাম ২.০ত অংশ লবলৈ অহা অতিথিৰ ভ্ৰমণ কাজিৰঙা