আমেৰিকাত অসম সন্তানৰ সাফল্য। লং জাম্পত সোণৰ পদক অৰ্জন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰ। WORLD POLICE MEETৰ প্ৰতিযোগিতাত এই সাফল্য। আলাবামাৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ২৭ জুনৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হ’ব ৱৰ্ল্ড পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপ। অসম ৰাইফলছৰ হৈ প্ৰতিযোগিতাত নামিছিল ৰিম্পী বুঢ়াগোহাঁই। Share this:FacebookX Related Post navigation ভি-এ নিজৰ ২জি হেণ্ডছেট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ভি গেৰাণ্টি সুবিধা মুকলি কৰিছে