ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয় জৰুৰীকালীন উদ্ধাৰ অভিযানকাৰী দলসমূহ ৷নাগৰিক, বাসিন্দা আৰু পৰ্যটকৰ সুৰক্ষা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি । মন্ত্ৰালয়ে লগতে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰে ৷ আবুধাবি আৰু ডুবাইৰ কেইবাটাও অঞ্চলত ধ্বংসাৱশেষ পৰি ৰয় । Share this:FacebookX Related Post navigation ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক