৭ দিন জেৰাৰ পাছত আজি SIT কাৰ্যালয়ত গ্ৰেপ্তাৰ কৰা হয় সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ। জানিব পৰা মতে ছিংগাপুৰৰ য়ট পাৰ্টিত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল সন্দীপন ।গ্ৰেপ্তাৰৰ পিছতে CJM আদালতত লৈ যোৱা হৈছে সন্দীপন গাৰ্গক। SIT-এ নিজৰ জিম্মাত বিচাৰি কৰিব আবেদন। Share this:FacebookX Related Post navigation হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা অভিনৱ মিশ্ৰই দিল্লীৰ ছটৰপুৰ গাৰ্ডেনত নিজৰ বহু প্ৰত্যাশিত কাপোৰৰ সংগ্ৰহ ‘দ্য শ্ৰাইন’ মুকলি কৰিছে