APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব APDCLৰ অনলাইন সেৱা। ARMS, My Bijulee, Bijulee Bandhu পৰ্টেল বন্ধ থাকিব। ৩৬ ঘণ্টাৰ বাবে অস্থায়ী ভাৱে বন্ধ ৰাখিব এই সেৱা।কাৰিকৰী কিছু বিজুতিৰ বাবে এই সেৱা বন্ধ থাকিব।
২৮ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চলৈকে বন্ধ থাকিব এ পি ডি এলৰ অনলাইন সেৱা।
২৮ফেব্ৰুৱাৰীৰ নিশা ৯বজাৰ পৰা ২মাৰ্চৰ পুৱা ৯বজালৈকে বন্ধ থাকিব এই সেৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *