Month: March 2026

পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত…

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ…

শিলিখাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

শিলিখা (Haritaki) আয়ুৰ্বেদত এক মহৌষধি হিচাপে পৰিচিতযিয়ে হজমী শক্তি বৃদ্ধিকোষ্ঠকাঠিন্য দূৰৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট…

খামেনেইৰ মৃত্যুৰ প্ৰতিক্ৰিয়া: কাশ্মীৰত বৃহৎ প্ৰতিবাদ, আমেৰিকা-ইজৰাইলৰ বিৰুদ্ধে স্লোগানে উত্তাল পৰিস্থিতি

মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ খবৰে দেওবাৰে উত্তাল কৰি তোলে কাশ্মীৰ উপত্যকা। শ্ৰীনগৰ আৰু বদগাম জিলাৰ ৰাজপথত হাজাৰ হাজাৰ শিয়া ধৰ্মীয়…

বিস্ফোৰক কাৰখানাত প্ৰলয়ংকৰ বিস্ফোৰণ; ১৫ জন শ্ৰমিক নিহত, বহু আহত হোৱাৰ আশংকা

ঔদ্যোগিক নিৰাপত্তাৰ ফোপোলা স্বৰূপটো উদঙাই শনিবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত এক ভয়ংকৰ বিস্ফোৰণে প্ৰাণ কাঢ়ি নিলে অতি কমেও ১৫ জন শ্ৰমিকৰ। কাটোল তহচিলৰ ৰাউলগাঁৱত থকা ‘এছ বি এল এনাৰ্জী লিমিটেড’ নামৰ বিস্ফোৰক…

তীব্ৰতৰ ইজৰাইল-ইৰাণ মুখামুখি সংঘাত; ইৰাণত নেতৃত্ব সংকটৰ ছাঁ

মধ্যপ্ৰাচ্যৰ আকাশত যুদ্ধৰ ৰক্ষা-সামৰিক উত্তেজনাৰ মাজত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ খবৰে বিশ্বত প্ৰতিকূল ভাৱনা সৃষ্টি কৰিছে। খামেনেই, ৮৬ বছৰ বয়সত, ১৯৮৯ চনত আয়াতুল্লাহ ৰুহোল্লাহ খোমেনেইৰ উত্তৰাধিকাৰী হিচাপে…