Month: February 2026

চেক বাউন্সৰ গোচৰত ৰাজপাল যাদৱলৈ সকাহঃ ভতিজীৰ বিয়াত অংশ ল’বলৈ অন্তৱৰ্তীকালীন জামিন আদালতৰ

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱক সোমবাৰে এক চেক বাউন্সৰ গোচৰত এক লাখ টকাৰ জামিন ৰাশিৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিচাৰপীঠে প্ৰদান কৰা এই…

ভূপেন বৰাৰ অভিমান ভাঙিবলৈ চেষ্টা কংগ্ৰেছ নেতৃত্বৰ! ভুলৰ বাবে ক্ষমা বিচাৰিলে গৌৰৱ গগৈয়েও

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বিদায় লোৱাৰ সিদ্ধান্তৰ পৰা অৱশেষত কিছু জিৰণি লৈছে ভূপেন বৰাই। পুৱা তেওঁ দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্যিক কংগ্ৰেছত হাহাকাৰৰ সৃষ্টি…

গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ হোটেলত আৰক্ষীৰ অভিযান ; গ্ৰাহকক বিক্ৰী কৰি থকা অৱস্থাত গো-মাংসসহ এজনক গ্ৰেপ্তাৰ

সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছৰ দাঁতিত থকা বহু হোটেলত দিনে নিশাই নিষিদ্ধ গো- মাংস গ্ৰাহকক বিক্ৰী কৰি অহা আৰু তেনে হোটেলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত…

৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

ডাউন টাউন হাস্পতালে ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ পৰা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰে। এই উদ্‌যাপনৰ মাজত এটা দুদিনীয়া বৃহৎ স্বাস্থ্য মেলাৰো…

২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ফুটবল লীগ

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে যে ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ফুটবল লীগৰ ২০২৫-২৬ ছিজন। প্ৰথমে ২১ ফেব্ৰুৱাৰীৰ পৰা এই ছিজন আৰম্ভ হোৱাৰ কথা আছিল যদিও এতিয়া ছয়…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল আবেদন

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একটি বিতৰ্কিত ভাইৰেল ভিডিঅ’ৰ বিষয়ে দাখিল করা আবেদনের শুনানি গ্ৰহণ কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে অস্বীকাৰ কৰিছে। আদালত আবেদনকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ত হস্তক্ষেপ কৰিবলৈ…

ৰাজস্থানত উদ্যোগিক প্ৰতিষ্ঠানত অগ্নিকাণ্ডঃ ৮ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু

ৰাজস্থানৰ আলৱাৰ জিলাৰ ভিৱাড়ীস্থিত এক ব্যক্তিগত খণ্ডৰ উদ্যোগিক প্ৰতিষ্ঠানত সোমবাৰ পুৱা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই বৃহৎ ক্ষতি সাধন কৰে। খুছখেড়া কৰৌলী উদ্যোগিক অঞ্চলৰ জি১/১১৮বি নম্বৰৰ প্লটত থকা ফেক্টৰীখনত…

কাজিৰঙাত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত গঁড়ৰ অতৰ্কিত আক্ৰমণঃ হোমগাৰ্ড নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰদলনি অঞ্চলত বনৰীয়া গঁড়ৰ আক্ৰমণে এজন বনকৰ্মী আৰু এজন হোমগাৰ্ডৰ ওপৰত চলোৱা আক্ৰমণত মৃত্যু ঘটে। নিহত সাহাবুদ্দিন নামৰ ব্যক্তিটোক নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা হিচাপে চিনি পোৱা গৈছে,…

ৰণকৌশল নিৰ্ধাৰণত গুৰুত্ব—দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী ভাদ্ৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা, ১৮ আৰু ১৯ ফেব্ৰুৱাৰীৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমত উপস্থিত হ’ব। অভিজ্ঞানৰ অংশ ৰূপে, তেওঁ ১৮…

কয়লা খনি ট্ৰেজেডীৰ তদন্তত অগ্ৰগতি—৩৩ জন শ্ৰমিকৰ মৃত্যুৰ গোচৰত ৭ জন অভিযুক্ত গ্ৰেপ্তাৰ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো কয়লা খনিৰ ঘটিত দুৰ্ঘটনাৰ তদন্ত চলাই ৭ গৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী। এই দুৰ্ঘটনাত ৩৩ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল। অভিযুক্তসকলৰ নাম হৈছে ফৰ্মে…