Month: February 2026

নিৰ্বাচনী প্ৰস্তুতি তীব্ৰঃ ১৫ ফেব্ৰুৱাৰীৰ পাছত অসমত নিৰ্বাচন আয়োগ, মাৰ্চত ভোটৰ তাৰিখ ঘোষণা

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে, কেন্দ্ৰীয় নিৰ্বাচন আয়োগ এক পূৰ্ণকালীন বিচাৰপীঠ ৰাজ্যত উপস্থিত হ’ব। বিশেষ সূত্ৰ অনুসৰি, ১৫ ফেব্ৰুৱাৰীৰ পাছত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দলটোৱে অসমৰ লগতে আন চাৰিখন…

এন্ধাৰ খনিত মৃত্যু কিৰিলি—মেঘালয়ত ৰেট-হোল মাইনিঙত ১৮ শ্ৰমিক নিহত

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত বৃহস্পতিবাৰে সংঘটিত এক ডাইনামাইট বিস্ফোৰণৰ ফলত ১৮ জন শ্ৰমিকৰ মৃত্যু হৈছে, যি ঘটনাটো নিষিদ্ধ ঘোষিত ৰেট-হোল মাইনিঙৰ ভয়াৱহ পৰিণতিৰ ৰূপ ধাৰণ কৰিছে। সুৰৰাংগৰ ভিতৰত দিনৰ ১১…

নিৰ্ধাৰিত ষ্টেচনত অনুপস্থিত থাকিলে মুহূৰ্ততে বাতিল হ’ব ৰেলৰ আসন; কোটি কোটি যাত্ৰীৰ বাবে ৰেলৱেৰ নতুন নিয়ম

কোটি কোটি ৰেল যাত্ৰীৰ যাত্ৰাকালীন সুৰক্ষা আৰু আসনৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এতিয়াৰে পৰা কোনো যাত্ৰীয়ে নিজৰ নিৰ্ধাৰিত বৰ্ডিং ষ্টেচনত ৰেলত উঠিবলৈ সক্ষম…

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান; মৰাণত ইতিহাস সৃষ্টিৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক…

গুৱাহাটীত ফ্লেগশ্বিপ শ্ব’ৰুম মুকলিৰ জৰিয়তে উত্তৰ-পূবৰ বিলাসী গহণাৰ বজাৰত প্ৰৱেশ এনচিবিৰ

স্বচ্ছতা আৰু কাৰুশিল্পৰ বাবে পৰিচিত প্ৰায় চাৰি দশক পুৰণি গহণা ব্ৰেণ্ড নেমিচান্দ বামালৱা জুৱেলৰ্ছ (এনচিবি)-এ গুৱাহাটীত ফ্লেগশ্বিপ শ্ব’ৰুম মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি উত্তৰ-পূবত বিলাসবহুল গহনাৰ খুচুৰা বিক্ৰীৰ এক…

মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! অসমৰ ১০ শ্ৰমিকৰ মৃত্যু, ভিতৰত আৱদ্ধ আন বহু শ্ৰমিক

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ এটা অবৈধ কয়লা খনিত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ ডাইনামাইট বিস্ফোৰণত দহজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনৰ থাংঙ্কু…

ভাৰতে পুনৰ ৰছিলে ইতিহাস

এৰন জৰ্জৰ শতক আৰু অধিনায়ক আয়ুষ মাত্ৰে আৰু বৈভৱ সূৰ্যবংশীৰ অৰ্ধশতকৰ বাবেই ভাৰতৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলটোৱে মাত্ৰ ৪২ অভাৰতে ৩১১ ৰাণৰ লক্ষ্যত সহজে উপনীত হ’বলৈ সক্ষম হয় ।…

বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ । অসমৰ ১২,০০০ ৰো অধিক বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত বুলি বিস্ফোৰক অভিযোগ উত্থাপন…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই। কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই…

ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ আজি অন্তিম শুনানি

ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটো এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আজিৰে পৰা ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ নগাঁৱৰ ছেছন আদালতত গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে,…