Month: February 2026

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ…

পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ; দাখিল কৰিলে সকলো প্ৰমাণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সংযোগৰ দেশদ্ৰোহী অভিযোগক আজি তীব্ৰ প্ৰত্যাহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান…

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ !

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ ! বোমাৰে উৰুৱাই দিব ৰাজধানীখনৰ আশে- পাশে থকা ৯খন বিদ্যালয়। সোমবাৰে পুৱা ৮-৩৩ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰিছিল এই ভাবুকি ভৰা সংবাদ। ইয়াৰ পিছতে…

মাটিমাহৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মাটিমাহ (Black Gram) প্ৰটিন আৰু পুষ্টিৰে ভৰপূৰ এক অতিকৈ উপকাৰী দাইল, যি শৰীৰত কম খৰচতে প্ৰয়োজনীয় প্ৰ’টিনৰ যোগান ধৰে। ইয়াৰ উপকাৰিতাৰ ভিতৰত- ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, চালৰ ৰোগ নিৰাময় কৰা,…

আৰৱ সাগৰ সাঁতুৰি গৃহভূমিত ৩ অসমকন্যা

আৰৱ সাগৰ সাঁতুৰি গৃহভূমিত ৩ অসমকন্যা । শেহতীয়াকৈ মুম্বাইত বাহৰ পাতি অসমৰ ৩ সাঁতোৰবিদে অভিলেখ সৃষ্টি কৰিছে । তেওঁলোক হৈছে কিউচেংহান ফুকন, কংকিতা দাস আৰু গৰিয়সী চুতীয়া ।ইয়াৰে ৭ বছৰীয়া…

অসমৰ ৰাজনীতি গৰম হৈ পৰিছে

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতি গৰম হৈ পৰিছে । অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতিয়ে সম্প্ৰতি অসমক উত্তাল কৰি ৰাখিছে ।মঙলদৈ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক…

শ্রম সংহিতা বাতিল কৰা দাবীত ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট

শ্রমিক বিৰোধী শ্রম সংহিতা বাতিল কৰা আৰু শ্রমিক শ্রেণীৰ গণতান্ত্রিক, সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত কেন্দ্রীয় ট্রেড ইউনিয়ন আৰু কর্মচাৰী ফেডাৰোচনসমূহৰ যৌথ মঞ্চই অহা ১২ ফেব্রুৱাৰীত দেশজুৰি সাধাৰণ ধর্মঘট আহ্বান দিছে।…

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

“ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ…

১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ হাই-ভল্টেজ মেচ হোৱাৰ ইংগিত

ভাৰত আৰু পাকিস্তানৰ মাজৰ আইচিচি টি-২০ বিশ্বকাপ মেচক লৈ পুনৰ আলোচনা আৰম্ভ হৈছে। ৮ ফেব্ৰুৱাৰীত লাহোৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম আৰু আইচিচিৰ…

গুৱাহাটীত পথ সুৰক্ষাৰ প্ৰশিক্ষণৰ ৫ বছৰ সম্পূৰ্ণ হ’ল এইচএমএছআইৰ

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত নিজৰ ছেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰ (এছডিইচি)ৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰি সমগ্ৰ দেশতে সুৰক্ষিত পথ অভ্যাসৰ প্ৰসাৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰিছে। এই অনুষ্ঠানত…