Month: February 2026

টাটা এআইজি ব্যক্তিগত দুৰ্ঘটনা বীমা সমাধান এক্সিডেণ্ট ছুপাৰ গাৰ্ড প্লাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে অভাৱনীয়-অনাকাংক্ষিত পৰিঘটনাৰ বিৰুদ্ধে ব্যাপক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে প্ৰস্তুত কৰা এক নমনীয় ব্যক্তিগত দুৰ্ঘটনা বীমা সমাধান এক্সিডেণ্ট ছুপাৰ গাৰ্ড প্লাছ মুকলি কৰাৰ কথা ঘোষণা…

ইণ্ডাছইণ্ড বেংকে মুকলি কৰিছে পৰৱৰ্তী প্ৰজন্মৰ ইউপিআই ৬.০ প্লেটফৰ্ম

ইণ্ডাছইণ্ড বেংকে আজি ডিজিটেল বেংকিং চেনেলসমূহ এতিয়া নেক্সট-জেন ইউপিআই প্ৰচেছিং প্লেটফৰ্মত উপলব্ধ হোৱাৰ কথা সদৰি কৰিছে, যিয়ে ভাৰতৰ বাস্তৱ সময়ৰ পেমেণ্ট পৰিৱশ তন্ত্ৰত এক পৰিৱৰ্তনশীল পদক্ষেপৰ সূচনা কৰিছে। এই নতুন…

মিছন বসুন্ধৰাৰ নামত চৰকাৰী ভূমি আবণ্টন; বোকাখাতত শতাধিক হিতাধিকাৰীক মাটিৰ পট্টা বিতৰণ কৃষিমন্ত্ৰীৰ

ৰাজ্যজুৰি চলি থকা মিছন বসুন্ধৰা ৩.০-ৰ অংশ হিচাপে শুকুৰবাৰে বোকাখাত সমষ্টিৰ ৬৪৫ গৰাকী হিতাধিকাৰীৰ মাজত চৰকাৰী ভূমিৰ পট্টা বিতৰণ কৰা হয়। বোকাখাত কেন্দ্ৰীয় বিহু পথাৰত আয়োজিত এক অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল…

ফিল্মফেয়াৰৰ মঞ্চত জুবিন গাৰ্গৰ জয়জয়কাৰ; মৰণোত্তৰভাৱে লাভ কৰিলে তিনিটাকৈ সন্মানীয় বঁটা

ভাৰতীয় সংগীত আৰু চিনেমা জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটাৰ মঞ্চত মৰণোত্তৰভাৱে সন্মানিত কৰা হয় অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক। শুকুৰবাৰে নিশা মুম্বাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…

কাৰ্যকৰী চাহৰ বৰ্ধিত ট্ৰেণ্ড: টেটলী গ্ৰীন টি শ্লিম কেয়াৰে ন ৰূপত সংজ্ঞায়িত কৰিছে দৈনন্দিন সুস্থতাক

গ্ৰাহকৰ পছন্দৰ বিকাশৰ লগে লগে দৈনন্দিন পানীয়সমূহ ক্ৰমান্বয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে বাচনি কৰা হৈছে। বিশেষকৈ কাৰ্যকৰী চাহবোৰে সৰল দৈনন্দিন কাম-কাজৰ অংশ হিচাপে প্ৰাসংগিকতা লাভ কৰিছে যিয়ে তীব্ৰ পৰিৱৰ্তনৰ প্ৰয়োজন নোহোৱাকৈ সুষম জীৱনশৈলী…

পুনৰ ভয়ংকৰ ভূমিকম্প

শুকুৰবাৰে দিনৰ ১ বাজি ২২ মিনিটত কলকাতা আৰু ইয়াৰ আশে-পাশে থকা এলেকাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ এই ভূকম্পন ৫২ ছেকেণ্ড সময় ধৰি অনুভূত হয় ।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য…

দিল্লীৰ পৰা আহিল ডাঙৰ খবৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ । দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি…

প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।উল্লেখ্য যে –…

তিলৰ উপকাৰীতা

তিল আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। তিল, বিশেষকৈ ক’লা তিল, প্ৰটিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ এক অন্যতম উৎস, যি শীতকালত শৰীৰ গৰম কৰি ৰখাত, হাড় মজবুত কৰাত, হৃদযন্ত্ৰৰ স্বাস্থ্য…

আগচিয়াৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপীনাথ পিতা নামঘৰৰ উন্নয়নৰ বাবে দুটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহৰ ঐতিহাসিক নামঘৰ, সত্ৰ, তীৰ্থস্থান সমুহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিৰ…