Assam বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক তৎপৰতা; ঢেকীয়াজুলিত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ February 28, 2026 Paromita আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই শনিবাৰে সমগ্ৰ ৰাজ্যতে ব্যাপক জনসম্পৰ্ক অভিযান আৰম্ভ কৰিলে শাসকীয় বিজেপি দলে। ৰাজ্যৰ জনসাধাৰণৰ সংযোগ স্থাপন আৰু পুনৰবাৰ শাসনৰ গাদী দখলৰ বাবে সমৰ্থন আদায়ৰ লক্ষ্যৰে…
Assam মণিপুৰত ড্ৰাগছসহ মহিলা আটক, গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত সংগঠন ‘প্ৰেপাক’ৰ ৪ দুৰ্ধৰ্ষ কেডাৰ February 28, 2026 Paromita ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী তীব্ৰ অভিযানৰ মাজতে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ‘প্ৰেপাক’ৰ চাৰিজন দুৰ্ধৰ্ষ সদস্যক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰিছে মণিপুৰ আৰক্ষীয়ে। শনিবাৰে মণিপুৰৰ…
Assam প্ৰতিবেশী ৰাষ্ট্ৰৰ সংঘাতৰ মাজতে ভাৰতীয়লৈ বিশেষ সতৰ্কবাণী; ইজৰাইল-ইৰাণসহ ৪ দেশত থকা নাগৰিকলৈ জাৰি এডভাইজৰী February 28, 2026 Paromita মধ্যপ্ৰাচ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনা আৰু যুদ্ধসদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চাৰিখনকৈ গুৰুত্বপূৰ্ণ দেশত থকা ভাৰতীয় নাগৰিকসকললৈ এক জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে। ইজৰাইল, ইৰাণ, চৌদি আৰৱ আৰু…
Assam অৰুণাচলত অসমৰ যুৱকক নৃশংস হত্যা; মাৰ্ঘেৰিটাত ৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ February 28, 2026 Paromita অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সংঘটিত এক মৰ্মান্তিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি শনিবাৰে অসম-অৰুণাচল সীমান্তত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। অসমৰ চৰাইদেউ জিলাৰ বগৰীবাৰীৰ ২০ বছৰীয়া যুৱক ৰাজু ভূঞাক তেওঁৰ সহকৰ্মীয়ে চুৰিকাঘাত…
Business নিউজউইকে ভাৰতৰ শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰিলে মেদান্তাক February 28, 2026 Business Bureau গ্লবেল হেল্থ লিমিটেডৰ দ্বাৰা পৰিচালিত গুৰুগ্ৰামৰ মেদান্তা–দ্য মেডিচিটীক ‘বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসালয় ২০২৬’ৰ ৰেংকিঙত ভাৰতৰ ১নং হাস্পতালৰ স্বীকৃতি প্ৰদান কৰিছে, ষ্টেটিষ্টা ইনকৰ্পৰেচনৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত নিউজউইকে এই স্বীকৃতি প্ৰদান কৰে। স্বাস্থ্যসেৱাৰ…
Assam মেঘালয়ত ডিচিপি হ’বলৈ লাগিব বিশেষ অভিজ্ঞতা; বিধানসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক February 28, 2026 Paromita ৰাজ্যত কাম কৰাৰ অভিজ্ঞতা অবিহনে এতিয়াৰে পৰা কোনো বিষয়াই লাভ নকৰিব মেঘালয় আৰক্ষীৰ শীৰ্ষ পদ। শনিবাৰে বিধানসভাত গৃহীত হোৱা ‘মেঘালয় আৰক্ষী (সংশোধনী) বিধেয়ক, ২০২৬’ অনুসৰি, আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে…
Assam বলিভিয়াত বায়ুসেনাৰ টকাভৰ্তি বিমান দুৰ্ঘটনাগ্ৰস্ত, নিহত কমেও ১৫ জন February 28, 2026 Paromita অৱতৰণৰ সময়তে আকাশৰ পৰা খহি পৰিল এখন বায়ুসেনাৰ বিমান! এইবাৰ বলিভিয়াৰ এল অল্টো চহৰৰ আকাশত প্ৰতিধ্বনিত হ’ল মৃত্যুৰ কিৰিলি। বলিভিয়ান বায়ুসেনাৰ চি-১৩০ হাৰকিউলিছ বিমানখন ৰানৱে’ৰ পৰা পিছলি গৈ ওচৰৰ কেইবাখনো…
Sports ইতিহাস সৃষ্টিৰে ৰঞ্জী ট্ৰফীৰ চেম্পিয়ন জম্মু-কাশ্মীৰ February 28, 2026 Sonakshi Sarkar ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিছে জম্মু-কাশ্মীৰে। ৰঞ্জী ট্ৰফীৰ ফাইনেলত দলটোৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই কৰ্ণাটক দলটোক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে। ১৯৫৯-৬০ চনত জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ…
Sports এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁই-নিখাত জৰিনে February 28, 2026 Sonakshi Sarkar অহা ২৮ মাৰ্চৰ পৰা ১১ এপ্ৰিললৈ মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ২০ জনীয়া দলটোক নেতৃত্ব দিব অলিম্পিকৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰিনে। এমাহজোৰা…
Assam তেহৰাণত ইজৰাইল-আমেৰিকাৰ যুটীয়া মিছাইল আক্ৰমণ! গোপন স্থানলৈ স্থানান্তৰ উচ্চতম নেতা খামনেইক February 28, 2026 Paromita মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশে আজি পুৱতি নিশা এক ভয়াৱহ ৰূপ ধাৰণ কৰে। ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই ইৰাণৰ ৰাজধানী তেহৰাণত এক বৃহৎ পৰিসৰৰ মিছাইল আক্ৰমণ চলোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে…