Business বেংগালুৰুত ধৰ্মীয় শোভাযাত্ৰাত শিলাবৰ্ষণঃ আহত দুই শিশু January 5, 2026 Sonakshi Sarkar বেংগালুৰুৰ জগজীৱন ৰাম নগৰত দেওবাৰে নিশা এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে ভক্তসকলৰ ওপৰত শিলাবৰ্ষণ কৰাৰ ঘটনাই চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। ওম শক্তি মন্দিৰৰ পৰা ওলোৱা ৰথযাত্ৰাৰ সময়ত এই আক্ৰমণৰ…
Business আমেৰিকাত ভাৰতীয় যুৱতীৰ নৃশংস হত্যা! প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ সন্দেহ January 5, 2026 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডত এগৰাকী ভাৰতীয় যুৱতীৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা ৩১ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকা ২৭ বছৰীয়া নিকিতা গডিশালাৰ মৃতদেহ তেওঁৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন…
Business জুবিন গাৰ্গ হত্যা গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ কোম্পানী বাজেয়াপ্ত কৰাৰ বাবে আদালতত আবেদন এছআইটিৰ January 5, 2026 Sonakshi Sarkar প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ খোৱাপানীৰ উদ্যোগটো বাজেয়াপ্ত কৰিবলৈ আদালতত আবেদন জনাইছে এচ আই টিয়ে। কামৰূপ জিলাৰ ছয়গাঁৱত থকা এই উদ্যোগটোত…
Business অহা দুদিনলৈকে ৰাজ্যত অব্যাহত থাকিব কুঁৱলীৰ প্ৰকোপঃ নিম্নগামী তাপমাত্ৰা January 5, 2026 Sonakshi Sarkar সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শীতৰ প্ৰকোপ অব্যাহত থকাৰ মাজতে অহা ৭ জানুৱাৰীলৈকে ঘন কুঁৱলীৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো তীব্ৰ শীত অনুভৱ কৰা হৈছে। দেওবাৰে…
Business চলিত মাহতেই পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ January 5, 2026 Sonakshi Sarkar অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত চলিত মাহতে ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে উত্তৰ গুৱাহাটীৰ চাংসাৰিত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত…
Business নাপালে সকাহ! উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ January 5, 2026 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে সোমবাৰে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা ছাত্ৰ নেতা উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰে। বিগত কেইবাবছৰ ধৰি কাৰাবাস খাটি থকা এই…
Business প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনলৈ ‘চ্যুকাফা বঁটা’ January 5, 2026 Sonakshi Sarkar অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক নলবাৰীত প্ৰদান কৰে ‘চ্যুকাফা বঁটা’। শাৰীৰিক অসুস্থতাৰ বাবে চৰাইদেউত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত দেওবাৰে নলবাৰী আইন…
Business ভোটাৰ তালিকাৰ সংশোধনীক লৈ সৰৱ আছু-আটাছুসহ জাতীয় সংগঠন January 5, 2026 Sonakshi Sarkar ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিসংগতিক লৈ জাঙুৰ খাই উঠিছে আছু আৰু আটছুসহ কেবাটাও জাতীয় সংগঠন। অসমৰ ভোটাৰ তালিকাত অনা-অসমীয়া আৰু বহিৰাগতক বৰপীৰা পাৰি দিবলৈ চৰকাৰ আৰু…
Business গ্ৰীনলেণ্ড দখলৰ হুংকাৰ ডোনাল্ড ট্ৰাম্পৰঃ ডেনমাৰ্কৰ তীব্ৰ বিৰোধিতা January 5, 2026 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ডেনমাৰ্কৰ অধীনস্থ স্বায়ত্তশাসিত অঞ্চল গ্ৰীনলেণ্ড দখলৰ ইচ্ছা পুনৰ প্ৰকাশ কৰিছে। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকচেনৰ বিৰোধিতা আৰু আবেদন নেওচি ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ স্থিতিত অটল থকাৰ কথা জানিবলৈ…
Business সীমান্তত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে জোৱান প্ৰগত সিঙে! January 5, 2026 Sonakshi Sarkar দেশৰ হকে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে সীমান্তত প্ৰাণ হেৰুৱালে এগৰাকী বীৰ জোৱানে। জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিয়োজিত ভাৰতীয় সেনাৰ ১৯ ৰাষ্ট্ৰীয় ৰাইফলছৰ নায়ব চুবেদাৰ প্ৰগত সিঙে কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাবটি…