Month: January 2026

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি…

ক্ষমতাৰ বাবে একত্ৰিত হ’ল বিজেপি-এআইএমআইএম, মহাৰাষ্ট্ৰত দুই প্ৰতিদ্বন্দ্বীৰ মিত্ৰতা

ৰাজনীতিত যে কোনো চিৰস্থায়ী শত্ৰু বা মিত্ৰ নাথাকে, সেই কথা সাৰ্থক কৰি মহাৰাষ্ট্ৰৰ অকোলা জিলাত সৃষ্টি হৈছে এক বিৰল ৰাজনৈতিক সমীকৰণ। সম্পূৰ্ণ বিপৰীত মেৰুৰ দুই দল বিজেপি আৰু আছাদুদ্দিন ওৱেছীৰ…

মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু…

বিগত পাঁচটা বছৰত সৰিয়হৰ বীজ উৎপাদনত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ অভূতপূৰ্ব সাফল্য

কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সৰহ সংখ্যক কৃষকে বিগত পাঁচটা বৰ্ষত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্ত্বাবধানত তৈল বীজৰ খেতি কৰি বীজ উৎপাদনৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য…

আমেৰিকাক ৫ কোটি বেৰেল তেল দিব ভেনিজুৱেলাই

নিকোলাছ মাদুৰোক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ বাবে হঠাতে চলোৱা সামৰিক অভিযানৰ পিছত ভেনিজুৱেলাই আমেৰিকাক ৫ কোটি বেৰেল তেল দিব বুলি প্ৰতিশ্ৰতি দিছে বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ট্ৰাম্পে নিজৰ…

জে.এন.ইউত মোদী-শ্বাহ বিৰোধী শ্ল’গান, দেশদ্ৰোহী শক্তি মোহাৰি পেলোৱাৰ হুংকাৰ দেৱেন্দ্ৰ ফাড়নৱীছৰ

দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে চলা অশালীন আচৰণ আৰু বিতৰ্কিত শ্ল’গানবাজিৰে ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন জোকাৰণি সৃষ্টি হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই…

প্ৰদূষণ বৃদ্ধি: ন্যায়ালয়ে মন্তব্য, গাড়ী এতিয়া ষ্টেটাছ চিম্বলৰ দৰে ব্যৱহৃত

বিলাসী জীৱনশৈলী আৰু যান্ত্ৰিকতাৰ বৃদ্ধি আধুনিক সমাজৰ বাবে পৰিৱেশগত সংকট তৈয়াৰ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত দিল্লী আৰু এন চি আৰ বায়ু প্ৰদূষণৰ শুনানিৰ সময়ত মন্তব্য কৰিব খোজে যে গাড়ী…

ভারতীয় ৰাজনীতিত অভূতপূৰ্ব ঘটনা, বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰথমবাৰৰ মিত্ৰতা

মহাৰাষ্ট্ৰৰ ৰাজনীতিত অম্বৰনাথ পৌৰসভাত বিজেপি আৰু কংগ্ৰেছৰ একসঙ্গে থিয় হোৱাটো এক বিৰল ঘটনা হিচাপে চিহ্নিত হৈছে। একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাক ক্ষমতাৰ পৰা আঁতৰাবৰ বাবে বিজেপি আৰু কংগ্ৰেছ অজিত পাৱাৰৰ এনচিপিৰ…

হামাছ কমাণ্ডাৰক লৈ লস্কৰৰ অনুষ্ঠান, পাকিস্তানত মিত্ৰজোঁটৰ প্ৰদৰ্শন

পাকিস্তান, যি সন্ত্ৰাসবাদীৰ সুৰক্ষিত আশ্ৰয়স্থল হিচাপে পৰিচিত, এতিয়া হামাছ আৰু লস্কৰ-এ-তৈবাৰ মাজত এক ভয়ংকৰ মিত্ৰতা গঢ় লৈ উঠিছে। এই নতুন সমীকৰণই বিশ্ববাসীক চিন্তিত কৰি তুলিছে। সাম্প্ৰতিক সময়ত পাকিস্তানৰ গুজৰানৱালাত হামাছৰ…

আইচিচি বাতিল, বাংলাদেশত খেলিব ভাৰত

ভাৰত আৰু বাংলাদেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ ক্ৰীড়া জগততো পৰিলক্ষিত হৈছে। ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বিচিবি) ভাৰতৰ পৰা মেচসমূহ স্থানান্তৰিত কৰাৰ বিশেষ অনুৰোধ নাকচ কৰে আন্তঃৰাষ্ট্ৰীয়…