Month: January 2026

শ্ৰীলংকা নহয়, চেন্নাই-তিৰুৱনন্তপুৰম বাংলাদেশৰ টি-২০ বিশ্বকাপ খেলাৰ নতুন চহৰ

বাংলাদেশৰ টি-২০ বিশ্বকাপৰ স্থান বিতৰ্কই নতুন ৰূপ লৈছে। ক্ৰিকবাজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আইচিচি আৰু বিচিচিআইয়ে শ্ৰীলংকাৰ পৰিৱৰ্তে ভাৰতত নতুন ভেন্যুৰ কথা চিন্তা কৰিছে। তামিলনাডু ক্ৰিকেট সন্থা (টিএনচিএ) আৰু কেৰালা…

ৱাশ্বিংটনৰ বাবে ভাৰততকৈ প্ৰয়োজনীয় দেশ আন কোনো নাইঃ আমেৰিকাৰ ৰাষ্ট্ৰদূত

দুই ৰাষ্ট্ৰপ্ৰধানৰ ব্যক্তিগত বন্ধুত্ব আৰু অৰ্থনৈতিক স্বাৰ্থই এতিয়া বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰক পূৰ্বতকৈও অধিক কাষ চপাই আনিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোনীত ৰাষ্ট্ৰদূত চাৰ্জিও গোৰে সোমবাৰে নতুন দিল্লীত উপস্থিত হৈ স্পষ্ট কৰি…

চিলাই কাঢ়িলে প্ৰাণ! ইন্দোৰত চিলাৰ সূতাৰে ডিঙি কাটি মৃত্যু মটৰচাইকেল আৰোহীৰ

আকাশত উৰি থকা আনন্দৰ উৎস একোটা চিলাই যে কাৰোবাৰ বাবে কাল হৈ পৰিব পাৰে, তাৰেই এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত। মটৰচাইকেল চলাই গৈ থকা অৱস্থাত ডিঙিত চিলাৰ…

মমতা বেনাৰ্জীৰ বিৰুদ্ধে চিবিআই তদন্তৰ অনুৰোধেৰে উচ্চতম ন্যায়ালয় মুখ পাতিলে ইডি

এফালে কেন্দ্ৰীয় সংস্থা আৰু আনফালে পশ্চিম বংগৰ ৰাজ্যিক চৰকাৰে চলোৱা ঘটনাবলী মিলে ৰাজ্যৰ ৰাজনৈতিক আৰু আইনী পৰিস্থিতি উত্তপ্ত কৰিছে। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি) সোমবাৰে উচ্চতম ন্যায়ালয়ত মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু অন্যৰ…

ভেনিজুৱেলাৰ শাসনভাৰ ল’ব নেকি ট্ৰাম্পে? মাডুৰোক বন্দী কৰাৰ পাছতে আমেৰিকাক লৈ বিশ্বজুৰি চাঞ্চল্য

এজন ৰাষ্ট্ৰপতিক অপহৰণৰ অভিযোগ আৰু আন এখন দেশৰ এজন ৰাষ্ট্ৰপতিৰ দখলদাৰীৰ হুংকাৰে এতিয়া সলনি কৰিছে বিশ্ব ৰাজনীতিৰ সমীকৰণ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাই ড্ৰাগছ সৰবৰাহৰ অভিযোগত নিউয়ৰ্কলৈ ধৰি লৈ যোৱাৰ…

পথত গাঁত দেখা পালেই আপুনি লাভ কৰিব ৫০০০ টকা! বিহাৰত আৰম্ভ হৈছে দেশৰ প্ৰথমটো অভিনৱ চৰকাৰী আঁচনি

চৰকাৰী পথৰ দুৰৱস্থা আৰু যাতায়তৰ সমস্যা দূৰ কৰিবলৈ বিহাৰ চৰকাৰে এইবাৰ দেশৰ ভিতৰতে এক নজিৰবিহীন তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ পথত কোনো গাঁত থকাৰ খবৰ দিলে সংশ্লিষ্ট ব্যক্তিক ৫০০০…

শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত প্ৰাক্তন আই পি এছ বিষয়াৰ পত্নীক ২.৫৮ কোটি টকাৰ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ

অতি মুনাফাৰ লোভনীয় ফান্দত পৰি এতিয়া সমাজৰ উচ্চবৰ্গৰ লোকো যে চাইবাৰ চক্ৰৰ সহজ লক্ষ্য হৈ পৰিছে, তাৰেই এক জ্বলন্ত উদাহৰণ পোহৰলৈ আহিছে হায়দৰাবাদ চহৰত। এগৰাকী প্ৰাক্তন আই পি এছ বিষয়াৰ…

পৰিচয় বিতৰ্ক: অৱসৰপ্ৰাপ্ত নৌসেনা মুৰব্বীক জাননী জাৰি নিৰ্বাচন আয়োগৰ

দেশৰ শৌৰ্য প্ৰদৰ্শন কৰা এবাৰ প্ৰাক্তন সামৰিক বিষয়াই ভোটাৰ পৰিচয় নিশ্চিত কৰাৰ বাবে চৰকাৰী কাৰ্যালয়ৰ কাষ চাপিবলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ অবসৰপ্ৰাপ্ত এডমিৰেল অৰুণ প্ৰকাশক নিৰ্বাচন আয়োগে…

গণৰাজ্য দিৱসৰ পূৰ্বে সীমান্তত পাকিস্তানৰ ড্ৰ’নৰ সন্ত্ৰাস! জম্মু-কাশ্মীৰত হাই এলাৰ্ট জাৰি

আগন্তুক ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ সীমান্তত শত্ৰু পক্ষৰ সন্দেহজনক তৎপৰতাই এতিয়া নিৰাপত্তা সংস্থাসমূহক সষ্টম কৰি তুলিছে। জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ আকাশত পাকিস্তানৰ ড্ৰ’নৰ কাৰ্যকলাপ অস্বাভাৱিকভাৱে বৃদ্ধি…

অধিবক্তাৰ বিৰোধত মুখ্য ন্যায়াধীশৰ অসন্তোষ; উত্তৰ গুৱাহাটীত সংহত ন্যায়িক আদালতৰ আধাৰশিলা স্থাপন

দেশৰ н্যায়িক ব্যৱস্থাৰ আধুনিকীকৰণ আৰু ভৱিষ্যতৰ প্ৰয়োজনৰ বিষয়ে ভাৰতৰ মুখ্য ন্যায়াধি স সূৰ্য কান্তৰ মন্তব্য এখন গুৰুত্বপূৰ্ণ আলোচনা সৃষ্টি কৰিছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…