Month: January 2026

এন আৰ আইসকল প্ৰবাসী ভাৰতীয় দিৱসত উজ্জ্বল হৈ ভাৰতৰ বৈশ্বিক প্ৰভাৱ প্ৰদৰ্শন কৰে

সমগ্ৰ ভাৰত আৰু কেইবাখনো দেশত বৃহস্পতি বাৰে উলহ মালহেৰে প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰা হয়, ভাৰতীয় প্ৰবাসী লোকসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে বিশ্বজুৰি ভাৰতীয় দুটাবাসসমূহৰ দ্বাৰা এই অনুষ্ঠানৰ আয়োজন কৰা…

হৃদৰোগৰ চিকিৎসাৰ বাবে এইমছত ভৰ্তি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

হৃদৰোগজনিত সমস্যাৰ বাবে সোমবাৰে পুনৰ এইমছত ভৰ্তি কৰা হয় দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক। দুদিন পূৰ্বে বাথৰুমত হঠাৎ অচেতন হৈ পৰাৰ পাছতে তেওঁক চিকিৎসালয়লৈ লৈ অহা হয়। প্ৰথমে তেওঁক মেদান্ত…

বাংলাদেশত পুনৰ হিন্দু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ! হত্যাৰ বলি অটো চালক সমীৰ দাস

বাংলাদেশত হিন্দু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলি থকা আক্ৰমণৰ ধাৰাবাহিকতাত আন এক মৰ্মান্তিক ঘটনা সংযোজিত হৈছে। দেওবাৰে নিশা চট্টগ্ৰামৰ দাগনভূঞাত ২৮ বছৰীয়া এজন হিন্দু অটো-ৰিক্সা চালক সমীৰ দাসক দুষ্কৃতিকাৰীয়ে পিটি পিটি…

নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

গণতন্ত্ৰৰ অন্যতম স্তম্ভ নিৰ্বাচন আয়োগৰ মুৰব্বীসকলক আইনী প্ৰক্ৰিয়াৰ ঊৰ্ধত ৰখাৰ চৰকাৰী প্ৰচেষ্টাই এতিয়া দেশৰ সৰ্বোচ্চ আদালতৰ মজিয়া পাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ যিকোনো কামৰ বাবে আজীৱন…

বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডই এতিয়া দেশৰ সীমা অতিক্ৰমি বিশ্বৰ দৰবাৰত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চাউল উৎপাদনৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰাৰ পাছত এতিয়া ৰপ্তানিৰ বজাৰতো ভাৰতে বিশ্বৰ শীৰ্ষস্থান…

সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতাৰ সমীকৰণক লৈ চলি থকা আভ্যন্তৰীণ খামখেয়ালিৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে স্পষ্ট কৰি…

কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

অসমৰ বৈজ্ঞানিক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম পৰিশ্ৰমৰ এক ঐতিহাসিক যাত্ৰাৰ যেন এক মৰ্মান্তিক আৰু অনিশ্চিত পৰিণতি ঘটিল মহাকাশৰ বুকুত। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো…

জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আৰু এক আবেগিক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আনিবলৈ তৎপৰ হৈ পৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰ অহা…

আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

সুৰক্ষিত বুলি গণ্য কৰা আৰক্ষী থানাৰ চৌহদতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। হৰদৈ জিলাৰ পালি আৰক্ষী থানাৰ ভিতৰতে…

গ্ৰ’ মিউচুৱেল ফাণ্ডে মঙলবাৰে গ্ৰ’ স্মল কেপ ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে

গ্ৰ’ মিউচুৱেল ফাণ্ডে মঙলবাৰে গ্ৰ’ স্মল কেপ ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, যি মুক্ত ইকুইটি আঁচনি, যিয়ে প্ৰধানকৈ স্মল কেপ ষ্টকত বিনিয়োগ কৰিব, কিয়নো সম্পদ পৰিচালকে শেহতীয়া ভাৰতীয় ব্যৱসায়ৰ…