News হৃদয়বিদাৰক ঘটনা: ছয়গাঁওত অগ্নিকাণ্ডত ঘৰৰ ভিতৰতেই প্ৰাণ হেৰুৱালে দৃষ্টিহীন যুৱতীয়ে January 19, 2026 Sonakshi Sarkar বতাহীয়া চৰৰ দীঘলডোবা গাঁৱত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডই কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিত গভীৰ শোকৰ ছাঁ পেলাইছে। টাইমুদ্দিন আহমেদৰ বাসগৃহত আৰম্ভ হোৱা এই জুইয়ে চাৰিটা পৰিয়ালৰ বাসগৃহ ভস্মীভূত কৰি, টাইমুদ্দিনৰ দৃষ্টিহীন…
Business নয়ডাত হৃদয়বিদাৰক ঘটনা: আৰক্ষীৰ সন্মুখতে সহায় নাপাই অভিযন্তাৰ কৰুণ মৃত্যু January 19, 2026 Sonakshi Sarkar প্ৰচণ্ড কুঁৱলীৰ মাজত নয়ডাৰ ১৫০ ছেক্টৰত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ আঁত ধৰি, ২৭ বছৰীয়া ছফ্টৱেৰ অভিযন্তা যুৱৰাজ মেহতাৰ মৃত্যু ঘটে। গুৰুগ্রামৰ এজন ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱৰাজৰ গাড়ীখন ঘন কুঁৱলীৰ বাবে…
Business পুনৰ অসমলৈ আহিব অমৃত শ্বাহ January 18, 2026 Dipshikha অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা…
Business জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক January 18, 2026 Dipshikha “জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।” ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ…
Business চুলি সৰা কমায় আৰু চুলিক শক্তিশালী কৰে এইবিধ খাদ্যয়ে January 18, 2026 Dipshikha শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ’ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই…
Business দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী January 18, 2026 Dipshikha দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে…
Assam বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ January 17, 2026 Piyali Poddar গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ’হৌৰ বিশাল কাৰ্যসূচীত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ…
Assam আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন January 17, 2026 Piyali Poddar মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ সংখ্যক অসম ভাওনা সমাৰোহ। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল আধ্যাত্মিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে…
Assam লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য January 17, 2026 Piyali Poddar হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য দাঙি ধৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লা অঞ্চলত হোৱা ভয়াবহ গাড়ী বিস্ফোৰণৰ সৈতে জড়িত…
Business ইন্দোৰ দুৰ্ঘটনা: দূষিত পানীত মৃত্যু হোৱা পৰিয়ালক লগ পালে ৰাহুল গান্ধীয়ে, বিজেপিক আক্ৰমণ January 17, 2026 Sonakshi Sarkar মধ্যপ্ৰদেশৰ ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলত দূষিত পানী সেৱন কৰাৰ ফলত সংঘটিত বিষক্ৰিয়া জনিত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে, বমি আৰু ডায়েৰিয়াত আক্ৰান্ত ৰোগীসকলৰ চিকিত্সা অৱস্থাৰ বিষয়ে…