Business ডাভোছত অসমৰ ডাঙৰ সাফল্য: বিশ্ব অৰ্থনৈতিক মঞ্চত ১ লাখ কোটি টকাৰ বিনিয়োগ আশ্বাস January 22, 2026 Sonakshi Sarkar অসম চৰকাৰে বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত প্রথমবাৰৰ বাবে অংশগ্ৰহণ কৰি প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যিটো ৰাজ্যখনৰ অৰ্থনৈতিক ইতিহাসত এক উল্লেখযোগ্য কাৰ্য। মুখ্যমন্ত্ৰী…
Business মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি: চুৰাচান্দপুৰত মেইটেই যুৱকৰ নৃশংস হত্যা January 22, 2026 Sonakshi Sarkar মণিপুৰৰ চুৰাচান্দপুৰ জিলাত ৩১ বছৰীয়া মেইটেই যুৱক ঋষিকান্ত সিংক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। নিহত যুৱকজন কাকচিং জিলাৰ মাখংৰ নিবাসী আছিল। ঋষিকান্ত কুকি মহিলাৰ সৈতে বিবাহিত আৰু নেপালত…
Business উন্নয়নমূলক ঋণৰ ৬.২১% পৰিশোধ: অসম চৰকাৰে লোন পৰিকল্পনা আগবঢ়ালে January 22, 2026 Sonakshi Sarkar অসম চৰকাৰে ৬.২১ শতাংশ সুতৰ ‘অসম ৰাজ্যিক উন্নয়নমূলক ঋণ ২০২৬’ পৰিশোধৰ বাবে এক শৃংখলাবদ্ধ আঁচনি ঘোষণা কৰিছে। এই ঋণৰ উদ্দেশ্য হৈছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাক এক উন্নত ৰূপত সাজি তোলা। ২০২১…
Business লিভ-ইন সম্পৰ্কত মহিলাৰ অধিকাৰ: উচ্চ ন্যায়ালয়ে স্ত্ৰীৰ দৰে সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান January 22, 2026 Sonakshi Sarkar মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লিভ-ইন সম্পৰ্কক সাংস্কৃতিক জোকাৰণি হিচাপে অভিহিত কৰি তাৰ আইনী সুৰক্ষাৰ বিষয়ে গুৰুত্বপূর্ণ মন্তব্য কৰিছে। আদালতে লিভ-ইন সম্পৰ্কত থকা মহিলাসকলৰ আইনী মৰ্যাদা লাভৰ অধিকাৰ নিশ্চিত কৰাৰ দাবী উত্থাপন…
Business পূৰ্ণবয়স্ক সন্তানে পিতৃৰ পৰা ভৰণ-পোষণ বিচাৰিব নোৱাৰিব, এলাহাবাদ হাই কোৰ্টৰ ৰায় January 22, 2026 Sonakshi Sarkar এলাহাবাদ উচ্চ ন্যায়ালয়ে এখন তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰিছে, য’ত উল্লেখ কৰা হৈছে যে ১৮ বছৰ পূর্ণ কৰাৰ লগে লগে সন্তানে পিতৃৰ পৰা আৰ্থিক ভৰণ-পোষণ লাভ কৰাৰ আইনী অধিকার হেৰুৱায়। উচ্চ…
Business সৰ্বকালৰ অভিলেখ ভংগ কৰি ভয়ংকৰ পতন ভাৰতীয় মুদ্ৰাৰ! আকাশলংঘী সোণ January 22, 2026 Sonakshi Sarkar মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্কনীতিৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনীতিত এক দিশহাৰা অৱস্থাই বিৰাজ কৰিছে। আজি সৰ্বকালৰ অভিলেখ ভংগ কৰি এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ’লগৈ ৯১.৭৪ টকা। টকাৰ এই…
Business মৰিগাঁও–নগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান, বেংক জালিয়াতিৰ সৈতে জড়িত ৫ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ January 22, 2026 Sonakshi Sarkar অসম আৰক্ষীয়ে ভুৱা নথিপত্ৰৰ সহায়ত বেংকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা এক সুসংগঠিত চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে সফল অভিযান চলাই পাঁচজন কুখ্যাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মৰিগাঁও জিলা আৰক্ষীৰ বিশেষ…
Assam প্ৰয়াগৰাজত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণ বিমানঃ কথমপি প্ৰাণৰক্ষা পাইলটৰ January 21, 2026 Piyali Poddar মধ্য আকাশত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ জৰ্জ টাউন অঞ্চলৰ কে পি কলেজ খেলপথাৰৰ সমীপত থকা…
Assam অবৈধভাৱে মছজিদ নিৰ্মাণৰ অভিযোগত উত্তপ্ত অৰুণাচল! নামনি সোৱণশিৰি জিলাত ২৪ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন January 21, 2026 Piyali Poddar অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবেই আজি স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন। এছ টি বচাও আন্দোলন কমিটিৰ জিৰ’ গোটৰ আহ্বানত…
Assam সুৰাপানৰ পাছত ডিঙিত খাদ্য লাগি ধৰি মৃত্যু দুই ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ January 21, 2026 Piyali Poddar অত্যধিক সুৰা পান কৰাৰ পাছত ডিঙিত খাদ্য বস্তু লাগি ধৰাৰ ফলত সৃষ্টি হোৱা শ্বাস-প্ৰশ্বাসজনিত সমস্যাই অকালতে কাঢ়ি নিলে দুগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাৰ বন্দৱাড্ডিপল্লীত সংঘটিত এই মৰ্মান্তিক…