Sports ৰাষ্ট্ৰীয় শিশু বঁটাৰে সন্মানিত বৈভৱ সূৰ্যবংশী December 26, 2025 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট জগতৰ উদীয়মান তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীক দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰে। মাত্ৰ ১৪ বছৰ বয়সতে ক্ৰিকেট খেলপথাৰত বৈভৱৰ প্ৰদৰ্শন বিৰল। কেৱল ভাৰততে…
Sports ২০২৬ বৰ্ষটো ভাৰতীয় ক্ৰিকেট দলৰ বাবে হ’ব ব্যস্ততাৰে ভৰা December 26, 2025 Sonakshi Sarkar ২০২৫ বৰ্ষটো উত্থান- পতনৰ অন্তত ২০২৬ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ আগন্তুক সময়সূচী অতি ব্যস্ত হ’ব। এই বছৰৰ আটাইতকৈ জনপ্ৰিয় হ’ব ঘৰুৱা খেলপথাৰত টি-২০ বিশ্বকাপ ৰক্ষা কৰাৰ প্ৰত্যাহ্বান, বৃহৎ সংখ্যক…
Business অৰ্গেনিক ইণ্ডিয়া কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে December 26, 2025 Business Bureau টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড হাউছৰ অৰ্গেনিক ইণ্ডিয়াই নিষ্ঠা, অখণ্ডতা আৰু প্ৰজন্মগত প্রজ্ঞাৰে ভূমিক লালন-পালন কৰা কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে। যোৱা বছৰৰ “প্ৰকৃতিক প্ৰতিপালন কৰা হাত”ৰ শ্ৰদ্ধাঞ্জলিৰ…
Business উন্নাও ধৰ্ষণ কাণ্ড! কুলদীপ চেংগাৰৰ জামিনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ বাহিৰত উত্তাল প্ৰতিবাদ December 26, 2025 Sonakshi Sarkar ন্যায়ালয়ৰ এটা সিদ্ধান্তই যেতিয়া এজন জঘন্য অপৰাধীক মুকলি আকাশৰ তললৈ অহাৰ সুযোগ দিয়ে, তেতিয়া বিচাৰ ব্যৱস্থাৰ ওপৰত সাধাৰণ ৰাইজে হেৰুৱায় পেলায় আস্থা। আজি তাৰেই প্ৰতিচ্ছবি স্পষ্ট হৈ পৰিল দিল্লীৰ ৰাজপথত।…
Business ১৭ বছৰীয়া নিৰ্বাসনৰ অন্তত দেশলৈ উভতিল তাৰেক ৰহমানঃ বাংলাদেশত ঐক্য আৰু শান্তিৰ আহ্বান December 26, 2025 Sonakshi Sarkar বাংলাদেশত চলি থকা তীব্ৰ ৰাজনৈতিক অস্থিৰতা আৰু সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে ১৭ বছৰীয়া নিৰ্বাসনৰ অন্ত পেলাই স্বদেশলৈ উভতিল বাংলাদেশ নেশ্বনেলিষ্ট পাৰ্টিৰ (BNP) কাৰ্যবাহী অধ্যক্ষ তাৰেক ৰহমান। ছাত্ৰ নেতা ওচমান হাদীৰ…
Business বৰদিনৰ পিছদিনাই যাত্ৰীৰ জেপত হাত ৰে’ল বিভাগৰ! আজিৰে পৰা বৃদ্ধি পালে যাত্ৰীবাহী ৰে’লৰ ভাড়া December 26, 2025 Sonakshi Sarkar বছৰটোৰ শেষৰটো সপ্তাহত উৎসৱৰ আনন্দত মগন ৰাইজৰ জেপত পুনৰ এক ভয়ংকৰ মাধমাৰ শোধালে চৰকাৰে। সাধাৰণ জনতাৰ যাতায়াতৰ একমাত্ৰ ভৰসা ৰেল বিভাগক এতিয়া ৰাজহ সংগ্ৰহৰ মেচিনলৈ ৰূপান্তৰ কৰি আজিৰ পৰাই কাৰ্যকৰী…
Business চাণ্টা ক্লজক লৈ ৰাজনৈতিক বিতৰ্কঃ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত ৩ আপ নেতাৰ বিৰুদ্ধে গোচৰ December 26, 2025 Sonakshi Sarkar দিল্লীৰ কনট প্লেচত অনুষ্ঠিত এক ৰাজনৈতিক নাটকে এতিয়া আইনী জটিলতাৰ সৃষ্টি কৰিছে। আম আদমি পাৰ্টিৰ তিনিগৰাকী জ্যেষ্ঠ নেতা- সৌৰভ ভাৰদ্বাজ, সঞ্জীৱ ঝা আৰু আদিল আহমেদ খানৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত…
Business সামাজিক মাধ্যম ব্যৱহাৰত কঠোৰতা: ভাৰতীয় সেনাই জাৰি কৰিলে নতুন নিৰ্দেশনা December 26, 2025 Sonakshi Sarkar ভাৰতীয় সেনাই নিজৰ সদস্যসকলৰ সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিয়মসমূহ গ্ৰহণ কৰা হৈছে যেন দেশৰ নিৰাপত্তা ব্যৱস্থা অধিক সুৰক্ষিত হয়। নিৰ্দেশনাৰ অধীনত, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টেলিগ্ৰাম আৰু…
Business লক্ষ্ণৌত ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’ মুকলি প্ৰধানমন্ত্ৰীৰ, মুকলি হ’ল ৬৬ ফুট উচ্চতাৰ তিনি মনিষীৰ প্ৰতিমূৰ্তি December 26, 2025 Sonakshi Sarkar ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ মহানায়কসকলৰ ত্যাগ আৰু অৱদানক জনমানসত সজীৱ কৰি ৰখাৰ লক্ষ্যৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মাণ কৰা হৈছে এক বিশাল স্মাৰক ক্ষেত্ৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নৱনিৰ্মিত ‘ৰাষ্ট্ৰ প্ৰেৰণা…
Business বিদেশৰ মাটিত পুনৰ ভাৰতীয় ছাত্ৰৰ হত্যাকাণ্ড! কানাডাত প্ৰাণ হেৰুৱালে শিৱাঙ্ক অৱস্থীয়ে December 26, 2025 Sonakshi Sarkar বিদেশত পুনৰ এজন মেধাৱী ভাৰতীয় ছাত্রৰ মৃত্যুৰ ঘটনাই প্ৰবাসী ভাৰতীয়সকলৰ মাজত উদ্বেগ আৰু শংকা সৃষ্টি কৰিছে। ২০ বছৰীয়া গৱেষক ছাত্ৰ শিৱাঙ্ক অৱস্থীক কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ ওচৰত নিৰ্মমভাৱে গুলীত হত্যা কৰা…