Sports আই পি এলৰ পৰিৱৰ্তে পি এছ এল খেলাৰ সিদ্ধান্ত মঈন আলীয়ে December 3, 2025 Sonakshi Sarkar ফাফ ডু প্লেছিছৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মঈন আলীয়ে এতিয়া আই পি এল ২০২৬ৰ পৰা আঁতৰি আহি পি এছ এল খেলাৰ সিদ্ধান্ত লৈছে। চাৰিদিনৰ ভিতৰত এনে পদক্ষেপ লোৱা দ্বিতীয়জন বিদেশী…
Business গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে আয়োজন কৰিছে উদ্বোধনী এচিষ্টিভ টেক কনফাৰেন্স ২০২৫ December 3, 2025 Business Bureau গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে ১ ডিচেম্বৰত মুম্বাইত নিজৰ প্ৰথমখন সহায়ক প্ৰযুক্তি সন্মিলন ২০২৫ আয়োজন কৰিছিল, য’ত কৰ্মক্ষেত্ৰত প্ৰযুক্তি-চালিত অন্তৰ্ভুক্তিৰ বাবে শক্তিশালী আহ্বানেৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ ব্যক্তি দিৱস উদযাপন কৰা হয়। এই সন্মিলনখনে…
Business স্কোডা অটো ইণ্ডিয়া ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে December 3, 2025 Business Bureau স্কোডা অটো ইণ্ডিয়াই ভাৰতত নিজৰ ব্যৱসায়িক অগ্ৰগতি অব্যাহত ৰাখিছে, ভাৰতত প্ৰৱেশৰ পিছৰে পৰা বৰ্তমানলৈকে ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী বৰ্ষত ব্ৰেণ্ডটোৱে ইতিমধ্যে কেইবাটাও মাহেকীয়া, ত্ৰৈমাসিক…
Business আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস December 2, 2025 Dipshikha আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ…
Business ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয় December 2, 2025 Dipshikha ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়। এই নিহতজন মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক নামৰ সংগঠনটোৰ সদস্য আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।তথ্য অনুসৰি, জিলাখনৰ মাহুৰ…
Business ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে… December 2, 2025 Dipshikha সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ…
Business ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে December 2, 2025 Dipshikha ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত দেশখন প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত পৰে । ফলস্বৰূপে বানে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি…
Business জিচিপিএল-এ এটিপিকেল এডভাণ্টেজৰ সহযোগত ভাৰতৰ প্ৰথমটো ‘ৱৰ্ক ডেট ইনক্লুডছ’ এম্প্লয়েবিলিটী টুলকিট মুকলি কৰিছে, December 1, 2025 Business Bureau গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ এটিপিকেল এডভাণ্টেজৰ সহযোগত ভাৰতৰ প্ৰথমটো ‘ৱৰ্ক ডেট ইনক্লুডছ’ এম্প্লয়েবিলিটী টুলকিট মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে উৎপাদন খণ্ডত অৰ্থপূৰ্ণ দিব্যাংগৰ অন্তৰ্ভুক্তিৰে সৰ্বাংগীণতাক আগুৱাই নিয়া। মুম্বাইত অনুষ্ঠিত হোৱা…
Business আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল December 1, 2025 Dipshikha আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, চমুকৈ BTCৰ শীতকালীন অধিৱেশন। পুনৰবাৰ BTC প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীৰ এয়া প্ৰথমখন অধিৱেশন। এই অধিৱেশনৰ আজি প্ৰথম দিনটোত অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী…
Business সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে December 1, 2025 Dipshikha সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। বিগত সময়ছোৱাত বাংলাদেশী নাগৰিকৰ ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশৰ চেষ্টাৰ এনে বহুকেইটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসমৰ সীমাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি বহু বাংলাদেশী…