Month: December 2025

২০২৪ ত পথ দুৰ্ঘটনাত ১.৭৭ লাখ লোকৰ মৃত্যু

পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিবৰ্তে ভাৰতত পুনৰ বৃদ্ধি পাইছে। ২০২৪ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পাইছে। লোকসভাত পথ পৰিবহণ…

জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই ৫-৭ ডিচেম্বৰ মিডনাইট কাৰ্নিভেল অভিযানৰ আৰম্ভণিৰ ঘোষণা কৰিছে

বিকাশ আৰু গ্ৰাহকৰ আস্থাৰ সফল বছৰ পূৰণৰ উপলক্ষে জে এছ ডব্লিউ এম জি মটৰ ইণ্ডিয়াই ৫-৭ ডিচেম্বৰ, ২০২৫ৰ পৰা নিজৰ বাহনসমূহত দেশজুৰি উল্লাসজনক মিডনাইট কাৰ্নিভেল অভিযানৰ আৰম্ভণিৰ ঘোষণা কৰিছে। এই…

অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা

অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন…

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাতত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক গৌৰৱান্বিত কৰি তোলা সিমুলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে…

অফিচিয়েল ষ্টাইল পাৰ্টনাৰ হিচাপে হৰ্নবিল ফেষ্টিভেলত ২০২৫ত জিলিকিল মিয়া, নগা ঐতিহ্যৰ প্ৰদৰ্শন

ভাৰতৰ আগশাৰীৰ সমসাময়িক সূক্ষ্ম গহনা ব্ৰেণ্ড মিয়া বাই তানিষ্কে হৰ্ণবিল ফেষ্টিভেল ২০২৫ৰ অফিচিয়েল ষ্টাইল পাৰ্টনাৰ হিচাপে সহযোগিতা কৰিছে -যি মহোত্সৱ হৈছে দেশৰ সাংস্কৃতিক ঐতিহ্য, শিল্পকলা, সম্প্ৰদায় আৰু সৃষ্টিশীল প্ৰকাশৰ অন্যতম…

আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে

বহুতে পালেং শাক খাই ভাল পায়। শীতকালত বজাৰ পালেং শাকেৰে ভৰি পৰে। কিন্তু আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে। যদি আপুনি পালেং শাক খাই তেন্তে ইয়াৰ পৰা বিভিন্ন লাভ…

পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক শুকুৰবাৰে পুৱা আনুষ্ঠানিক আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতি ভৱনত ৷ পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি ভৱনত…

গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন

প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন। আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। যদিও অনুৰাগীসকল টিকত বিচৰাত ব্যস্ত কিন্ত আন একাংশই এনে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে…

ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল

ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল। ৩৫ বছৰৰ পৰা বসবাস কৰিছিল ভকতগাঁৱৰ চৰকাৰী ভূমিত। আজি প্ৰশাসনে ভাঙি দিলে বাসগৃহ যাৰ কাৰণে মাটিত ভাগৰি ভাগৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত…

পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ

পৰ্বতঝোৰাৰ ৰূপসী সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ ।বনাঞ্চলৰ মূল্যবান গছ সমূহ কাটি তহলিং কৰাৰ পাছতো নিৰূপ ভূমিকাত পৰ্বতঝোৰা বন বিভাগ।প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ পৰ্বতঝোৰাত এনেকৈ বন ধ্বংসযজ্ঞ চলি থাকিলে এদিন…