Month: December 2025

তিয়ঁহৰ মুখ্য উপকাৰিতা

তিয়ঁহ খাই বহু মানুহে ভাল পায়। কিন্তু কিছুমানৰ বাবে তিয়ঁহ ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে তিয়ঁহ খালে সমস্যাত ভুগিব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।তিয়ঁহ খালে শৰীৰ শিতল…

যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ইণ্ডিগ’ই

ছত্তীশগড় নাগৰিক সমাজে যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈও পঠিয়ালে বিতং অভিযোগ পত্ৰ ।ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকিয়ে ইণ্ডিগ’ এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক/মুখ্য কার্যবাহী বিষয়ালৈ এই…

ILCE-7V প্ৰৱৰ্তন কৰিছে চনী ইণ্ডিয়াই

চনী ইণ্ডিয়াই পঞ্চম প্ৰজন্মৰ আলফা ৭ ফুল ফ্ৰেম মিৰৰলেছ কেমেৰা আইএলচিই-৭ভি মুকলি কৰিছে, যি নতুনকৈ বিকশিত আংশিকভাৱে ষ্টেক কৰা এক্সম’ৰ আৰএছ চিম’ছ ছেন্সৰ আৰু উন্নীত কৰা বায়নজেড এক্সআৰ২ প্ৰচেছিং ইঞ্জিনৰে…

আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব। শেহতীয়াকৈ এদিনীয়া…

ইণ্ডিগ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ভাৰত চৰকাৰে

দেশৰ বিমান খণ্ডত একচেটিয়াভাৱে দেখল কৰি ৰখা দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান সেৱা সোমবাৰেও ব্যাহত হৈ থাকে। আজি ৫০০ খনতকৈ অধিক বিমান বাতিল কৰে ইণ্ডিগ’ই। যাৰ ফলত বিমানবন্দৰত যাত্ৰীসকলে…

টিভিএছ মট’ছ’ল ৫.০ৰ দ্বিতীয় দিন: উদ্ভাৱন, ডিজাইন আৰু ৰাইডাৰ-কেন্দ্ৰিক প্ৰযুক্তিৰ এক উদযাপন

দুচকীয়া আৰু তিনিচকীয়া বাহনৰ ক্ষেত্ৰখনৰ আগশাৰীৰ বিশ্বব্যাপী অটো নিৰ্মাতা কোম্পানী টিভিএছ মটৰ কোম্পানী (টিভিএছএম)-এ টিভিএছ মট’ছ’ল ৫.০ৰ দ্বিতীয় দিনটোত ডাঙৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে এজিছ ৰাইডাৰ ভিজন এআৰ এইচইউডি…

বেংক অৱ বৰোদাই গুৱাহাটীত নতুন আঞ্চলিক কাৰ্যালয় চৌহদ উদ্বোধন কৰিছে

ভাৰতৰ চৰকাৰী খণ্ডৰ অন্যতম আগশাৰীৰ বেংক বেংক অৱ বৰোদাই গুৱাহাটীত নতুন আঞ্চলিক কাৰ্যালয় চৌহদ উদ্বোধন কৰিছে, যিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি ল’ব আৰু বেংকটোৱে সমগ্ৰ অঞ্চলটোত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ…

টিভিএছ মট’ছ’লৰ পঞ্চম সংস্কৰণৰ আয়োজন

দুচকীয়া আৰু তিনিচকীয়া শাখাৰ অগ্ৰণী বিশ্বব্যাপী অট’ নিৰ্মাতা কোম্পানী টিভিএছ মটৰ কোম্পানীয়ে নিজৰ ফ্লেগশ্বিপ মটৰ চাইক্লিং উৎসৱ – টিভিএছ মট’ছ’লৰ পঞ্চম সংস্কৰণৰ আয়োজন কৰিছে – য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা…

বিশ্ব চেম্পিয়নশ্বিপ গোল্ডৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে মানসী যোশীয়ে

আগন্তুক বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ লক্ষ্য দৃঢ় কৰি নিজৰ কেৰিয়াৰৰ অন্যতম ব্যস্ত প্ৰতিযোগিতামূলক চক্ৰৰ বাবে প্ৰস্তুতি চলাইছে পেৰা বেডমিণ্টন তাৰকা মানসী যোশীয়ে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ এচিষ্টিভ টেক কনফাৰেন্সত ভাষণ দি…

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত আলোচনা

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সোমবাৰে লোকসভাত এক আলোচনা হয়। সংসদৰ শীতকালীন অধিৱেশনত আজি বন্দে মাতৰম ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে হোৱা আলোচনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ…