Month: December 2025

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে আসাম পাব্লিক ৱর্কছে

বহিৰাগত উপাচার্য দপ-দপনি আৰু দুর্নীতিৰ ফলত ৰসাতলে যোৱাৰ উপক্ৰম হৈছে অসমৰ শিক্ষাখণ্ড। তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনৰ বিষয়ে অসমৰ ৰাইজ অৱগত যদিও, সকলোৰে অলক্ষিতে ইয়াতকৈ বিয়াগোম আৰু আকাশলংঘী দুর্নীতি চলি…

শ্বহীদ স্মাৰক উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া শ্বহীদ স্মাৰক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মানুহৰ ভূমি, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া মহান…

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ২২ গৰাকী লোকৰ মৃত্যু। আন কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। এটা ৭ মহলীয়া অট্টালিকাত লাগে জুই । অট্টালিকাটোৰ প্ৰথম মহলাত…

তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ হাবি-বননীৰ বিভিন্ন স্থানত এজোপা কাঁইট গছ প্ৰায়ে দেখা যায়। অনেক ঠাল-ঠেঙুলি থকা এই কাঁইটীয়া গছ জোপা নিজে-নিজে গজি উঠে। বেঙেনা পাতৰ দৰে পাত থকা এই বনৰীয়া গছজোপাৰ নাম ভেকুৰী…

পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে। বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ চোৰাং চিকাৰীয়ে জাল পতাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা বন…

ডাউন টাউন বিশ্ববিদ্যালয়ত অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী ২০২৫

এইবাৰ অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী’ ঘন ২০২৫ বর্ষৰ ডিচেম্বৰ মাহৰ ১২ আৰু ১৩ তাৰিখে পানীযাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুস্থিত কৰা হ’ব বুলি ডাউন টাউন হস্পিটালে জানিবলৈ…

পোষ্ট মেলনৰ কনচাৰ্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ

পোষ্ট মেলনৰ কনচাৰ্টৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বিদেশী মহিলা ব্লগাৰে। তেওঁ ভাৰতত মহিলাৰ সুৰক্ষা কিমান তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই ভ্ৰমণ কৰাৰ পাছত…

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন

ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন।চামগুৰি ৰাজহচক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাওঁ কিচামতৰ ৩নং দাগৰ ৩৮০বিঘাৰো অধিক ভূমিত চলিব এই উচ্ছেদ।চামগুৰি ৰাজহচক্ৰৰ প্ৰায় ৩৮০বিঘাৰো অধিক ভূমিত চলিব উচ্ছেদ অভিযান ।…

শ্বপচিৰ ফেষ্টিভ ছিজনত ৯০% গ্ৰাহকৰ ক্ৰয়ৰ পুনৰাবৃত্তি, হাইপাৰভেল্যু ই-কমাৰ্চত বৃদ্ধি পোৱা আস্থাৰ ওপৰত আলোকপাত

হাইপাৰ ভেল্যু প্লেটফৰ্ম শ্বপচি বাই ফ্লিপকাৰ্টে এই বছৰ এক শক্তিশালী উৎসৱমুখৰ প্ৰদৰ্শনৰ কথা প্ৰকাশ কৰিছে, মূলতঃ টায়াৰ ২, ৩ আৰু ৪ চহৰত জনপ্ৰিয়তা বৃদ্ধি পাইছে য’ত ডিজিটেল শ্বপিঙৰ সম্প্ৰসাৰণ অব্যাহত…

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ…