Month: December 2025

গুৱাহাটীত আত্মগোপন ঢাকাৰ সাংসদপ্ৰাৰ্থীৰ ২ হত্যাকাৰী, ভাৰতীয় উচ্চায়ুক্তক তলৱ

লাদেশৰ সাংসদ প্রার্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্র শৰীফ ওছমান হাদিক গুলীয়াই হত্যা কৰা দুই হত্যাকাৰী অভিযুক্ত অসমৰ গুৱাহাটীত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ফেচবুকসহ বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হোৱা…

মেছিৰ আগতীয়া বিদায়! ক্ষোভিত অনুৰাগীয়ে তাণ্ডৱ চলালে ছল্ট লেক ষ্টেডিয়ামত

মেছি আহিছিল! ফুটবলৰ মহাতাৰকা লিয়নেল মেছিক এবাৰ চাবলৈ শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত সমবেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী। কিন্তু মেছি ষ্টেডিয়ামত উপস্থিত হয় যদিও পূৰ্ব নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই তেওঁ…

আশা কৰা মতে হোৱাৰ বাবে ভাল লাগিছে । বহু কষ্ট কৰি এছ আই টিয়ে ইমান দিন ধৰি তদন্ত কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ –গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলৰ দিনটোত জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি গৰিমা শইকীয়া গাৰ্গৰ । বিভিন্নজনৰ চাকি-বন্তি জ্বলাই গানৰ ভগৱানক স্মৰণ ।এই বিশেষ দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ,…

কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয়

শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত লিয়নেল মেছিৰ ভ্ৰমণৰ সময়ত বিশৃংখলতাৰ সৃষ্টি হয় ৷ আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীৰ আভাস পাবলৈ বৃহৎসংখ্যক অনুৰাগী সমবেত হৈছিল যদিও কিছু মিনিটৰ ভিতৰতে তেওঁলোকে অনুষ্ঠানটোৰ অপব্যৱস্থাপনাক লৈ অসন্তুষ্টি…

বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক

উমৰাংছ’ৰ ১১ সংখ্যক ফেলকন ফেষ্টিভেলত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক ৷ ‘জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি…

অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে

অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে ৷ অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিবৃতিৰ প্ৰকাশ কৰিছে এই কথা ৷ ক্ৰিকেট খেলৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত নিলম্বন কৰা…

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া

তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল…

উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫” আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত…

কলকাতাত উপস্থিত লিয়নেল মেছি

২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু ৮বাৰৰ বেলন ডি অ’ৰ বিজয়ী অধিনায়ক লিয়নেল মেছিয়ে ভাৰতৰ মাটিত উপস্থিত হৈছে। শনিবাৰে পুৱা কলকাতাত উপস্থিত হয় মেছি। তেওঁ…

ভি বিজনেছে সম্প্ৰসাৰণ কৰিছে আইঅ’টি পৰ্টফলিঅ’: চহৰৰ গেছ বিতৰণ কোম্পানীসমূহৰ বাবে স্মাৰ্ট গেছ মিটাৰ প্ৰৱৰ্তন

ভি বিজনেছে ঘোষণা কৰিছে নতুন স্মাৰ্ট গেছ মিটাৰ সমাধানে চিটি গেছ বিতৰণ কোম্পানীসমূহক ডিজিটেল মনিটৰিং চিষ্টেম ব্যৱহাৰ কৰি কাৰ্যকৰী লোকচান হ্ৰাস কৰিবলৈ সক্ষম কৰিব। কোম্পানীটোৱে কয় যে স্মাৰ্ট মিটাৰসমূহে নেৰ’বেণ্ড-আইঅ’টিৰ…