Month: December 2025

দিল্লীত চাঞ্চল্য! অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীচালনাত নিহত দুই ভাতৃ

দিল্লীৰ আইন-শৃংখলাক তীব্ৰ প্ৰত্যাহ্বান জনাই সোমবাৰে মাজনিশা উত্তৰ-পূব দিল্লীৰ জাফৰাবাদ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। বাইকত অহা দুৰ্বৃত্তৰ নিৰ্মম গুলীচালনাত নিহত হয় দুজন ভাতৃ। মাজনিশা প্ৰায় ১:৩০ বজাত জাফৰাবাদ…

মেক্সিকোৰ আকাশত মৰ্মান্তিক দুৰ্যোগ! জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, ১০ জনৰ মৃত্যু

আকাশৰ পৰা মাটিলৈ নামি অহাৰ তাড়নাত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্যোগ! সোমবাৰে মেক্সিকোৰ কেন্দ্ৰীয় অংশত এখন সৰু ব্যক্তিগত বিমানে জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত কমেও…

শীতকালীন ছালৰ যত্নঃ গুৱাহাটীত বতৰৰ শুকানতা প্ৰতিহত কৰিবলৈ বিশেষজ্ঞসকলে আলমণ্ডৰ পৰামৰ্শ দিয়ে

উত্তৰ-পূবত শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহুতো বাসিন্দাৰ বাবে শুকান আৰু সংবেদনশীল ছালৰ পৰিচিত সমস্যাটো পুনৰ উদ্ভৱ হৈছে। বিশেষজ্ঞসকলে কয় যে আৰ্দ্ৰতা হ্ৰাস পোৱাৰ ফলত ছালৰ আৰ্দ্ৰতা নোহোৱা হৈ পৰিছে…

চিকিৎসাৰ বাবে আহি অসমত বিবাহ! অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ বাংলাদেশী মহিলাৰ

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ অধীনত অসমত এতিয়ালৈকে চাৰিজন হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। এই চাৰিজনৰ ভিতৰত আছে এগৰাকী মহিলাও। ইয়াৰ বিপৰীতে ৰাজ্যখনত প্ৰায় ৪০ জন লোকে…

অৰুণাচলৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০জনক উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত শ্ৰমিৰ ভিতৰত ২০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে,অৰুণাচল প্ৰদেশৰ অঞ্জাৱ জিলাৰ দুৰ্ঘটনাস্থলীৰ পৰা দেওবাৰে আৰু…

নৰেন্দ্ৰ মোদীৰ সৈতে লিয়নেল মেছিৰ বৈঠক বাতিল

গট ইণ্ডিয়া ট্যুৰৰ অংশ হিচাপে নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবল ছুপাৰষ্টাৰ লিয়নেল মেছিৰ নিৰ্ধাৰিত বৈঠক বাতিল হয়। এই বৈঠক সোমবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, যাৰ…

কাইলৈ জুবিন গাৰ্গ মৃত্যু গোচৰৰ প্ৰথম শুনানি, আদালতত হাজিৰ হ’ব পাৰে ৭ অভিযুক্ত

অসমীয়া সংগীতৰ মহাতাৰকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ প্ৰথমটো শুনানি মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ শুনানিত গোচৰটোৰ সৈতে জড়িত সাত অভিযুক্তক আদালতত হাজিৰ কৰোৱাব লাগিব।…

দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। উপ-ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্রীয়ে ব্যক্তিগতভাৱে ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন…

চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটী ৰেঞ্জৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানে বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে ১২ আৰু ১৩ ডিচেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত…

১০গৰাকীৰ মৃ*ত্যু!এক ভয়ংকৰ ঘটনা।আচৰিত সকলো….

অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব’ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত বৰ্তমানলৈ ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় । নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে…