Assam ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰা, নামৰূপত সাৰ কাৰখানা উদ্বোধনঃ দুদিনীয়া ভ্ৰমণসূচীৰে ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী December 16, 2025 Sonakshi Sarkar ঘোষণা কৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী। দুদিনীয়া এই ভ্ৰমণসূচীত তেওঁ ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই পলাশবাৰীৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত এই…
Business ‘নতুন অসম’ৰ বাবে গাঁৱে-ভূঞে নামিব কংগ্ৰেছ! ২০ ডিচেম্বৰৰ পৰা ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী December 16, 2025 Sonakshi Sarkar আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাইজৰ দুৱাৰদলিত উপস্থিত হ’বলৈ এক বিশেষ ৰণনীতি গ্ৰহণ কৰিছে কংগ্ৰেছে। ‘নতুন অসম’ গঢ়াৰ সংকল্পৰে কংগ্ৰেছ দলে ২০ ডিচেম্বৰৰ পৰা ‘ৰাইজৰ পদূলিত, ৰাইজৰ কংগ্ৰেছ’ নামৰ ৰাজ্যজোৰা কাৰ্যসূচী…
Sports ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল December 16, 2025 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত (প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়) অনুষ্ঠিত হ’ব। কিন্তু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ ঘৰুৱা খেলপথাৰ বেংগালুৰুত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল…
Business গুৱাহাটীৰ ক্ৰমবৰ্ধমান ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডই বীমাৰ ব্যৱধানৰ সন্মুখীন হৈছে বুলি টাটা এআইজি প্ৰকাশ কৰিছে December 16, 2025 Business Bureau গোৱাকে ধৰি সমগ্ৰ দেশতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাসমূহে জৰুৰীকালীন অৱস্থাৰ দ্ৰুত বৃদ্ধি আৰু বহুতো উদ্যোগৰ মাজত প্ৰস্তুতিৰ অভাৱৰ দিশটো আলোকপাত কৰিছে। তাৎক্ষণিকভাৱে মানুহৰ লগতে এনে ঘটনাসমূহে এক গভীৰ দুৰ্বলতা প্ৰকাশ…
Assam এশ শতাংশ বিদেশী বিনিয়োগ ভাৰতৰ বীমাখণ্ডত December 16, 2025 Sonakshi Sarkar ভাৰতৰ বীমাখণ্ডত এতিয়া এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হৈ পৰিছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে সদনৰ মজিয়াত উত্থাপন কৰিবলৈ প্রস্তুতি চলাইছে এখন নতুন বিধেয়ক, যিখন গৃহীত হৈ আইনৰ ৰূপ লোৱাৰ পিছতে…
World প্ৰবল ধুমুহাৰ তাণ্ডৱ: ব্ৰাজিলৰ ‘ষ্টেচ্যু অৱ লিবাৰ্টি’ৰ প্ৰতিকৃতি ভাঙি পৰিল December 16, 2025 Sonakshi Sarkar ভাঙি পৰিল ব্ৰাজিলৰ ৰিঅ’ গ্ৰেণ্ড ড’ চুলৰ মহানগৰ অঞ্চলৰ গুৱাইবা চহৰত থকা ‘ষ্টেচ্যু অফ লিবাৰ্টি’ৰ ২৪ মিটাৰ ওখ প্ৰতিকৃতি। সোমবাৰে প্ৰবল ধুমুহাৰ বাবে এখন মেগাষ্টোৰৰ বাহিৰত এই ঘটনাটো সংঘটিত হয়।…
News সন্ত্ৰাসবাদী বিৰোধী অভিযানত শ্বহীদ জম্মু-কাশ্মীৰ আৰক্ষী জোৱান আমজেদ আলী খানলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি December 16, 2025 Sonakshi Sarkar সম্পন্ন হ’ল শ্বহীদ এছঅ’জি জোৱান আমজেদ আলী খানৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, যি মঙলবাৰে জিলা আৰক্ষী লাইনছ উধামপুৰত অনুষ্ঠিত কৰা হয়। উধামপুৰ জিলাৰ সোহান অঞ্চলত সংঘৰ্ষৰ সময়ত শ্বহীদ হোৱা আমজেদ আলী…
News পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সদস্য ছাজিদ জোট December 16, 2025 Sonakshi Sarkar পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ সদস্য ছাজিদ জোট। সোমবাৰে এনআইএয়ে দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে এই কথা। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ কাছোৰ জিলাৰ বাসিন্দা এই সদস্যজনে আক্ৰমণৰ…
News গোৱাৰ নাইটক্লাব অগ্নিকাণ্ডঃ অভিযুক্ত লুত্ৰা ভাতৃদ্বয়ক থাইলেণ্ডৰ পৰা বিতাড়ন December 16, 2025 Sonakshi Sarkar থাইলেণ্ডৰ পৰা বিতাড়ন কৰা হ’ল গোৱা অগ্নিকাণ্ডৰ অভিযুক্ত নাইটক্লাব ‘বিৰ্চ বাই ৰোমিঅ’ লেন’ৰ সহ-গৰাকী গৌৰৱ লুত্ৰা আৰু সৌৰভ লুত্ৰাক। মঙলবাৰে থাইলেণ্ড কৰ্তৃপক্ষই লুত্ৰা ভাতৃদ্বয়ক ভাৰতলৈ প্ৰেৰণ কৰে। এই অগ্নিকাণ্ড যোৱা…
Business ঘন কুঁৱলীৰ বাবে সংঘৰ্ষ ৭ খন বাছ আৰু কেইবাখনো সৰু বাহনৰ, নিহত ৪ জন December 16, 2025 Sonakshi Sarkar ঘন কুঁৱলীৰ বাবে মঙলবাৰে পুৱা যমুনা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ বাহনৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৪ জন লোক নিহত হোৱাৰ লগতে ২৫ জনতকৈ অধিক লোক আহত হয় বুলি এজন আৰক্ষী বিষয়াই…