Month: December 2025

হিজাব বিতৰ্কত নীতিশ কুমাৰক মুকলি ভাবুকি পাকিস্তানী ডনৰ; ক্ষমা খুজিবলৈ বান্ধি দিলে সময়সীমা

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বর্তমানত এক গুরুতর আন্তঃৰাষ্ট্ৰীয় হুমকিৰ সন্মুখীন হৈছে। পাটনাত চিকিৎসক হিচাপে নিযুক্ত এক মুছলমান মহিলাৰ হিজাব টনাৰ অভিযোগৰ সন্মুখীন হোৱাৰ পিছত পাকিস্তানী গেংষ্টার শ্বাহজাদ ভাট্টি সামাজিক মাধ্যমত…

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত! চিবিআইৰ তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত পিআইএল, পৰৱৰ্তী শুনানি ১৩ মাৰ্চত

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ বুধবাৰেও উচ্চ ন্যায়ালয়ত চলিল তীব্ৰ যুক্তি-তৰ্ক। বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে বিশাল চাৰ্জশ্বীট দাখিল কৰিছে যদিও আবেদনকাৰীসকলে এতিয়াও চিবিআই তদন্তৰ দাবীত অটল…

তিনিচুকীয়াত শোকাকুল পৰিৱেশ! অৰুণাচলৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২০ শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ

অৰুণাচল প্ৰদেশত শেহতীয়াকৈ সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচাত উপস্থিত হৈ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২০ গৰাকী শ্ৰমিকৰ…

জুবিন গাৰ্গৰ মৃত্যুত চাঞ্চল্যকৰ মোৰ! চাৰ্জশ্বীটৰ ভয়ংকৰ তথ্য ফাদিল অখিল গগৈৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ আজিও অব্যাহত আছে ৰহস্য। ইয়াৰ মাজতে ১৭ ডিচেম্বৰত এক সংবাদমেল সম্বোধন কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিশেষ তদন্তকাৰী গোটৰ (SIT) চাৰ্জশ্বীটৰ উদ্ধৃতি দি…

মেৰী কমৰ মানৱীয়তাঃ মণিপুৰৰ আশ্ৰয়হীন লোকক কম্বল বিতৰণ আৰু বিনামূলীয়া বক্সিং প্ৰশিক্ষণৰ ঘোষণা

ৰিঙৰ ভিতৰত প্ৰতিপক্ষক ধৰাশায়ী কৰা মেৰী কমে এইবাৰ দুৰ্দিনত পৰা নিজৰ ৰাজ্যৰ মানুহৰ চকুপানী মচিবলৈ আগবাঢ়ি আহিছে। ১৭ ডিচেম্বৰত কিংবদন্তি ভাৰতীয় বক্সাৰ আৰু অলিম্পিক বিজয়ী এম চি মেৰী কমে মণিপুৰৰ…

নিৰাপত্তাৰ শংকাত ঢাকাৰ ভাৰতীয় ভিছা কেন্দ্ৰ বন্ধ; বাংলাদেশৰ উচ্চায়ুক্তক চমন কৰি তীব্ৰ প্ৰতিবাদ দিল্লীৰ

বাংলাদেশত নিরাপত্তা জনিত সমস্যাৰ বাবে ঢাকাৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ বন্ধ কৰা হৈছে। এই কেন্দ্ৰটো বন্ধ কৰাৰ সিদ্ধান্ত বুধবাৰে দুপুর ২ বজাৰ পৰা কার্যকর কৰা হয়। ভাৰতে বাংলাদেশের উচ্চায়ুক্ত মহম্মদ…

ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিণ্টন দলটোৱে ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা (পুৰুষ) ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলযোগে ৰাওনা হৈছে। ডঃ নিতুল কলিতাৰ…

মিনি নিলামত ছয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৪৫.৭০ কোটি টকাত বিক্ৰী

আবুধাবিত মঙলবাৰে অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ মিনি নিলাম। ৪৮ জন ভাৰতীয় আৰু ২৯ জন বিদেশী খেলুৱৈৰ বাবে মুঠ ২১৫.৪৫ কোটি টকা ব্যয় কৰা হৈছিল। ছয়জন অষ্ট্ৰেলিয়ান খেলুৱৈক ৪৫.৭০…

সাৱধান! আপোনাৰ পোহনীয়া কুকুৰে কামুৰিলে এতিয়া আপুনি যাব লাগিব জেললৈ

এতিয়াৰে পৰা আপোনাৰ পোহনীয়া কুকুৰটোৰ আচৰণৰ বাবে আপুনি আইনী সংকটত পৰিব পাৰে। উত্তৰাখণ্ডৰ দেৰাডুনত পোহনীয়া কুকুৰে কোনো ব্যক্তিক কামুৰিলে তাৰ গৰাকীৰ বিৰুদ্ধে চিধাই এজাহাৰ পঞ্জীয়ন কৰা হ’ব। কুকুৰৰ আক্ৰমণৰ বৰ্ধিত…

অপাৰেচন সেন্দূৰ মন্তব্যক লৈ ৰাজনৈতিক বিতণ্ডা; অটল পৃথ্বীৰাজ চৌহানক ‘পাকিস্তানী মুখপাত্ৰ’ আখ্যা বিজেপিৰ

দেশৰ সামৰিক বাহিনীৰ সম্পর্কিত মন্তব্যৰ আঁচনি হৈ পৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহানে ‘অপাৰেচন সেন্দূৰ’ত ভাৰতৰ পৰাজয়ৰ দাবী কৰি বিতৰ্ক সৃষ্টিৰ লগতে বিজেপি নেতা সন্তোষতিকো প্ৰতিবাদ কৰিছে।…