Month: December 2025

সাংবাদিক এজৰেলা দালিদিয়া ফানাইৰ ৰহস্যজনক মৃত্যু! শোকস্তব্ধ মিজোৰামৰ সংবাদ জগত

উছৱৰ আনন্দৰ মাজতে মিজোৰামৰ সংবাদ জগতলৈ নামি আহিছে এক গভীৰ শোকৰ ছাঁ। আইজল চহৰৰ এটা ভাড়াতীয়া বাসগৃহৰ পৰা এগৰাকী চৰ্চিত মহিলা সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ…

বৰদিন উদযাপনত বাধা: বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ চাৰিজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে

ধৰ্মীয় উছৱৰ আনন্দ-উল্লাসৰ মাজত সমাজত বিশৃংখলা সৃষ্টি কৰিবলৈ চেষ্টাৰ অভিযোগত নলবাৰী আৰক্ষীয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বৰদিনৰ উদযাপনত বাধা দিয়াৰ লগতে আতংকৰ সৃষ্টি কৰাত বেলশৰ আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ…

কেইবাখনো জিলা আযুক্তৰ সাল-সলনি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে।সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত,…

আজি বৰদিন

আজি ২৫ ডিচেম্বৰ। খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । বিশেষ দিনটোত ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছে কেৰ’লৰ ধ্বনি । কেৱল খ্ৰীষ্টান ধৰ্মীয় লোকেই নহয় সকলো…

ভয়ংকৰ দুৰ্ঘটনা

তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এঝুথুৰৰ সমীপত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিৰুচিৰ পৰা চেন্নাই অভিমুখী ৰাজ্যিক এক্সপ্ৰেছ পৰিবহণ নিগমৰ বাছ এখনৰ দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ।…

চুলি আৰু ছালৰ বাবে: চুলি সৰা কমায়, গুৰি মজবুত কৰে, আৰু ছাল উজ্জ্বল কৰে এইবিধ খাদ্যই

শীতকালত আমলখি খালে বহু উপকাৰ পোৱা যায়। আমলখি আমাৰ স্বাস্থ্যৰ বাবে ভাল। ই ছালৰ পৰা চুলিলৈ, প্ৰায় সকলো দিশতে উপকাৰ সাধন কৰে। গতিকে আমলখি খালে শৰীৰে কি কি উপকাৰ লাভ…

নৱবৰ্ষৰ সুস্থতাৰ লক্ষ্যক সমৰ্থন কৰিবলৈ টেটলীয়ে এল-কাৰ্নিটাইন গ্ৰীণ টি ৰেঞ্জ মুকলি কৰিছে

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুজনে শৰীৰৰ ওজন ব্যৱস্থাপনা আৰু সামগ্ৰিক সুস্থতাক সমৰ্থন কৰিবলৈ বাস্তৱসন্মত, বহনক্ষম উপায় বিচাৰি ফুৰে। এক সহজ, দৈনন্দিন পৰিৱৰ্তন হ’ল আপোনাৰ নিয়মীয়া চাহৰ কাপটো…

২০২৬ চনৰ ভাৰতীয় মটৰ চাইকেল লাভ কৰে টিভিএছ আপাচি আৰটিএক্সে

টিভিএছ মটৰ কোম্পানীয়ে নতুনকৈ মুকলি কৰা এডভেঞ্চাৰ ৰেলী ট্যুৰাৰ টিভিএছ আপাচি আৰটিএক্সে জে কে টায়াৰে প্ৰদান কৰা বহু আকাংক্ষিত ইণ্ডিয়ান মটৰ চাইকেল অৱ দ্য য়েৰ (আইএমঅ’টিৱাই) ২০২৬ বঁটা জিনিবলৈ সক্ষম…

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণক অধিক সুলভ কৰি তুলিবলৈ ভি আৰু নিয়োৱে যোগদান কৰে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই ফিনটেক নিয়োৰ সৈতে অংশীদাৰিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অফাৰ সম্প্ৰসাৰণ কৰি এই ছুটী-অৱসৰৰ সময়ছোৱাত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকৰ বাবে জিৰো মাৰ্কআপ ফৰেক্স কাৰ্ড প্ৰদান কৰিছে।…

বিদ্যুৎ উৎপাদন আৰম্ভ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বা এনএইচপিচি বিগ ডেম, যাক লৈ দীৰ্ঘদিন ধৰি চলি আহিছে প্ৰতিবাদ, এই নদীবান্ধৰ বিৰুদ্ধে হৈছিল ৰক্তাক্ষয়ী আন্দোলনো। কিন্তু তাৰ পাছতো এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিল। উত্তৰ…