Business ভাৰতে লেটিন আমেৰিকাৰ বৃদ্ধিৰ ওপৰত চকু ৰাখিছে, ইকুৱেডৰ, বলিভিয়া আৰু কিউবাৰ সৈতে সম্পৰ্ক গভীৰ কৰিছে November 13, 2025 Business Bureau বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ শেহতীয়া ইকুৱেডৰ, বলিভিয়া, কিউবা ভ্ৰমণে লেটিন আমেৰিকাত ভাৰতৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰিলে। ৪ নৱেম্বৰৰ পৰা ইকুৱেডৰৰ কুইটোত আৰম্ভ হোৱা এই ভ্ৰমণকালত কৃষি, কৃত্ৰিম…
Business জেএছডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰে গুৱাহাটীত এক অত্যাধুনিক ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে November 13, 2025 Business Bureau জেএছডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰে গুৱাহাটীত এক অত্যাধুনিক ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ লক্ষ্য হৈছে অসমৰ সমৃদ্ধ শৈল্পিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা আৰু বিশ্ব…
Business বহু-ৰাজ্যিক মেলেৰিয়া নিৰ্মূলকৰণ কাৰ্যসূচী ‘ইএমবিইডি’-এ এক দশক ধৰি স্বাস্থ্যৰ ওপৰত পেলাইছে ইতিবাচক প্ৰভাৱ November 13, 2025 Business Bureau ভাৰতে ২০৩০ চনৰ ভিতৰত মেলেৰিয়ামুক্ত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ ওচৰ চাপি অহাৰ লগে লগে ইএমবিইডি (মহৰ দ্বাৰা হোৱা স্থানীয় ৰোগ নিৰ্মূল)-এ ভাৰতৰ ৩খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু উত্তৰ প্ৰদেশত মেলেৰিয়া…
Business উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী বন্ধ November 12, 2025 Dipshikha আফ্ৰিকান ছোৱাইন ফিভাৰ ফলত অসমত ব্যাপক হাৰত গাহৰিৰ মৃত্যু হৈছে। একে সময়তে সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উজনি অসমৰ কেইবাখনো জিলাত গাহৰি মাংস বিক্ৰী…
Business পলকৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে November 12, 2025 Dipshikha কণ্ঠশিল্পী পলক মুছহাল কেৱল কণ্ঠৰ বাবেই নহয়, সমাজসেৱাৰ বাবে পৰিচিত। ইন্দোৰত জন্মগ্ৰহণ কৰা আৰু সুৰীয়া কণ্ঠ আৰু সংগীতৰ বাবে বিখ্যাত পলক মুছহালে এতিয়া গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা…
Business বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ November 12, 2025 Dipshikha ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই…
Business বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেণ্ট লিমিটেডে বেংকিং আৰু বিত্তীয় সেৱা পুঁজি মুকলি কৰাৰ কথা ঘোষণা কৰিছে November 12, 2025 Business Bureau ভাৰতৰ ত্বৰান্বিত বিত্তীয় বৃদ্ধিৰ কাহিনীৰ মূলধন হিচাপে ,বাজাজ ফিনচাৰ্ভ এচেট মেনেজমেন্ট লিমিটেড এ ইয়াৰ বেংকিং আৰু বিত্তীয় সেৱাখন্দ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। নিউ ফাণ্ড অফাৰ ( এন এফ অ)…
Business তাৰকা এথলীট নোৱা লাইলছ আৰু শ্বেলী-এন ফ্ৰেজাৰ-প্ৰাইছক পুনে মাৰাথন ২০২৫ৰ সৈতে জড়িত কৰি নতুন মাত্ৰা প্ৰদান বাজাজ ফিনচাৰ্ভৰ November 12, 2025 Business Bureau ভাৰতৰ আটাইতকৈ প্ৰত্যাশিত চহৰসমূহৰ ভিতৰত অন্যতম পুনেত ১৪ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব বাজাজ পুনে মাৰাথন, যি পূৰ্বতকৈ ডাঙৰ, অধিক অন্তৰ্ভুক্তিমূলক আৰু অনুপ্ৰেৰণাদায়ক হোৱাৰ প্ৰতিশ্ৰুতি দিছে। ভাৰতৰ অন্যতম বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ…
Assam প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে আ’য়াৰিছ পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট November 12, 2025 Mohini প্ৰথম বাৰৰ বাবে ভাৰতত উপস্থিত হৈছে আ’য়াৰিছ পপ-ৰক ব্ৰেণ্ড “দ্য স্ক্ৰিপ্ট”। শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া চেৰী ব্লছম ফেষ্টিভেলৰ বাবে আইৰিছ পপ-ৰক ব্ৰেণ্ডটো মঙলবাৰে শ্বিলঙত উপস্হিত হয়। মঙলবাৰে আবেলি শ্বিলং বিমানবন্দৰত তেওঁলোকে…
Business দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে November 11, 2025 Dipshikha দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।পাকিস্তানৰ…