Business নিছান মটৰ ইণ্ডিয়াৰ “নিছান লিটল চেম্পছ”ৰ সৈতে শিশুদিৱস উদযাপন November 18, 2025 Business Bureau শিশু দিৱস উদযাপনৰ বাবে নিছান মটৰ ইণ্ডিয়াই এক অনন্য দেশজোৰা পদক্ষেপ— “নিছান লিটল চেম্পছ”ৰ আয়োজন কৰে, যি হৈছে ভাৰতৰ সমগ্ৰ নিছান সেৱা কেন্দ্ৰসমূহত আয়োজন কৰা এক নিমজ্জিত, শিক্ষামূলক আৰু আনন্দৰে…
Assam ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ November 18, 2025 Sonakshi Sarkar অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উপলক্ষে মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে, তেওঁৰ সন্মানত ৰাজনৈতিক দলকে ধৰি কেইবাটাও সংগঠনে তেওঁৰ জন্ম দিন অনুষ্ঠানৰ আয়োজন কৰিছে। মাজনিশা জুবিন গাৰ্গৰ…
Sports ২০২৬ৰ ফিফা বিশ্বকাপলৈ যোগ্যতা নেদাৰলেণ্ডৰ November 18, 2025 Sonakshi Sarkar বিশ্বকাপৰ তিনিবাৰৰ ৰানাৰ্ছ আপ নেদাৰলেণ্ডে সোমবাৰে লিথুৱেনিয়াৰ বিৰুদ্ধে ৪-০ গ’লত সহজ জয়লাভ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰে। ডাচ দলটোৱে এই জয়েৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে।…
Assam আজি জুবিন বিহীন প্ৰথমটো জন্মদিন November 18, 2025 Mohini জুবিন গাৰ্গৰ বিহীন প্ৰথমটো জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে শ্ৰদ্ধাজ্বলি জনোৱা হৈছে। কাহিলিপাৰাৰ বাসগৃহতো জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিনত দেৱালত অংকন কৰা হৈছে। য’ত…
Assam বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ ঐতিহাসিক স্বৰ্ণ পদক জয় November 17, 2025 Mohini বাংগালুৰুত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা খেলুৱৈসকলে। এই প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম…
Assam ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ November 17, 2025 Sonakshi Sarkar ৰাৱালপিণ্ডিত অনুষ্ঠিত তৃতীয় এদিনীয়া খেলখনত পাকিস্তানে শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি ৩-০ত শৃংখলা দখল কৰে। প্ৰথমখন মেচত ৬ ৰান আৰু দ্বিতীয়খন খেলত ৮ উইকেটত জয়লাভ কৰিছিল পাকিস্তানে। তৃতীয়খন মেচত শ্ৰীলংকাই…
Assam আফ্ৰিকান ছোৱাইন ফিভাৰ বাবে ৭ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা November 17, 2025 Sonakshi Sarkar সমগ্ৰ ৰাজ্যতে আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ৰোগ বৃদ্ধি পোৱাৰ সময়তে অসম চৰকাৰে তাৎক্ষণিকভাৱে গাহৰিৰ আন্তঃজিলা চলাচল নিষিদ্ধ কৰিছে। দেওবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰা এক আদেশত…
Assam শঙ্কৰদেৱ কলাক্ষেত্ৰত তুলিকা নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন November 17, 2025 Sonakshi Sarkar ৰাজ্যৰ নৃত্য শিক্ষাৰ অগ্ৰণী প্ৰশিক্ষণ প্ৰতিষ্ঠান তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ…
Business ৰোজগাৰ মেলা ২.০-য়ে নিযুক্তিৰ আৱেগক প্ৰেৰণা দিয়ে কাৰণ ৬০+ কোম্পানীয়ে Siliguri ত ১০,০০০+ খালী পদ মুকলি কৰে November 17, 2025 Business Bureau শিলিগুৰিত আয়োজিত ৰোজগাৰ মেলা ২.০ৰ শুভাৰম্ভণিৰ দিনটোত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে, সমগ্ৰ ভাৰতৰ ৬০+তকৈও অধিক আগশাৰীৰ কোম্পানীয়ে নিযুক্তি অভিযান আৰম্ভ কৰাৰ লগে লগে অভূতপূৰ্ব সঁহাৰি লাভ কৰে। বেংকিং,…
Business গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড November 16, 2025 Dipshikha আজি গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে। কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। ভৰলুমুখৰ ৮ নং গেটত…